Nagaon Live TV

Nagaon Live TV বলিষ্ঠ কণ্ঠৰে নগাঁৱৰ দাপোন
www.nagaonlivetv.com
(1)

31/08/2026

ৰহা টোলগেটত জাতীয় সংগঠনৰ প্ৰতিবাদ।জৰাজীৰ্ণ পথ টোল লৈ মেৰামতি নকৰাৰ বাবে এই প্ৰতিবাদ।প্ৰতিবাদস্থলীত উপস্থিত নগাঁও আয়ুক্ত দেৱাশীষ শৰ্মা।

31/08/2026

নগাঁৱৰ বাইপাছৰ বিধস্ত অৱস্থা। আমাৰ সাংবাদিক নিৰঞ্জন শইকীয়াৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট

31/08/2026

ক্ষেত্ৰীৰ দূৰ্ঘটনাত নিহতৰ সংখ্যা ৭জনলৈ বৃদ্ধি। বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবেই সংঘটিত এই দূৰ্ঘটনা ।

31/08/2026

নগাঁৱৰ পৰা কয়দী লৈ যোৱা বাহনক খুন্দিওৱা ডাম্পাৰক আৰক্ষীয়ে খেদি যোৱাৰ দৃশ্য ভাইৰেল সামাজিক মাধ্যমত ।

নগাঁও লাইভ টিভিত সাংবাদিকতাৰ বাবে আবেদন কৰা চামগুৰি, ৰূপহী আৰু ধিঙৰ প্ৰাৰ্থীসকলক কাইলৈ ১১বজাত Nagaon Press Club লৈ আহিবল...
31/08/2026

নগাঁও লাইভ টিভিত সাংবাদিকতাৰ বাবে আবেদন কৰা চামগুৰি, ৰূপহী আৰু ধিঙৰ প্ৰাৰ্থীসকলক কাইলৈ ১১বজাত Nagaon Press Club লৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। যোগাযোগ 9435161698

31/08/2026

নগাঁও আৰক্ষীয়ে আটক কৰিছে "মাফিয়া" গেঙৰ সদস্যক।

30/08/2026

ক্ষেত্ৰীৰ নলগেদেৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

30/08/2026

নগাঁৱৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ তৎপৰতা
জুৰীয়াত বিশাল ৰাজহুৱা সভাত গৌৰৱ গগৈৰ তীব্ৰ বাক্যবাণl

30/08/2026

জীৱশ্ৰেষ্ঠ দুই তিনিজন মানুহৰ বাবেই জীয়াতু ভুগিছে শ শ মানুহে।হস্তক্ষেপ বিচাৰিছে নগাঁও জিলা প্ৰশাসনৰ।অন্যথা জংগী প্ৰতিবাদ কৰাৰ হুংকাৰ ৰাইজৰ।চাওঁক নিৰঞ্জন শইকীয়াৰ এক বিশেষ প্ৰতিবেদন

30/08/2026

জুৰীয়াত কৃত্রিম বানৰ সংহাৰ: বিঘা ধান খেতি নষ্ট, পথ-ঘৰত একাঁঠু পানী

Address

Nagaon
782001

Alerts

Be the first to know and let us send you an email when Nagaon Live TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nagaon Live TV:

Shortcuts

Share