SN India24

SN India24 তথ্য, সত্য আৰু সততাৰ বাৰ্তাৰে…

26/08/2026

@ সমাগত নগাঁও লোকসভা উপনিৰ্বাচন।
সাংসদ হোৱাৰ সপোন দেখি এগৰাকী প্ৰাক্তন।
বিধায়িকাই কংগ্ৰেছৰ টিকটৰ বাবে একাংশ শীৰ্ষ নেতাক।
তৈলমৰ্দন কৰি ঘৰৰ দুৱাৰে দুৱাৰে দৌৰি ফুৰিছে ।

26/08/2026

@নগাঁৱত পুনৰ ঔষধ পৰিদৰ্শকৰ দলৰ অভিযান।

26/08/2026

@নগাঁও জিলাৰ আয়ুক্ত দেৱাশীয শৰ্মালৈ গুণ মহন্ত বঁটা।

25/08/2026

@নগাও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত এআই ইউডিএফৰ প্ৰাৰ্থী হব নেকি? বদৰুদ্দিন আজমল
বিজেপি দলৰ পৰা টিকট পোৱাৰ পূৰ্ণ সম্ভাৱনা নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

25/08/2026

@নগাঁৱত DPS ৰ প্ৰশাসকৰ গুণ্ডাগিৰি।

24/08/2026

@ৰূপহীহাটত চুপাৰি চুৰিৰ বৃহৎ গেঙ।
আটক এজন। চুৰি
হোৱা চুপাৰি উদ্ধাৰ।

23/08/2026

@অসমৰ ময়মন শিঙিয়া মুছলমান মহিলাক অপদস্থ কৰিলে এআই ইউডিএফৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে।

21/08/2026

@নগাঁৱৰ অমৃত কাননৰ সমীপত প্ৰায় ৩৫.৫ গ্ৰামৰ ড্ৰাগছ জব্দ।

21/08/2026

@মৈৰাবাৰীত পুখুৰীত ডুবি ৯ বছৰীয়া শিশুৰ মৃত্যু।

21/08/2026

Address

Nagaon
782002

Telephone

+919954622923

Website

Alerts

Be the first to know and let us send you an email when SN India24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share