ADP College AASU Unit

ADP College AASU Unit জয়তু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ
জয় আই অসম।

সকলোৰে উপস্থিতি একান্তই কামনা কৰিলোঁ 🙏  Utpal Sarma
16/10/2025

সকলোৰে উপস্থিতি একান্তই কামনা কৰিলোঁ 🙏

Utpal Sarma

জাকাৰ্টাত সেই বছৰ এছিয়ান গেমচ্। ধিং এক্সপ্ৰেছ খ‍্যাত ভাৰত গৌৰৱ হিমা দাসে সেই প্ৰতিযোগিতাত অংশ ল’বলৈ যাওঁতে লগত কঢ়িয়াই ন...
11/10/2025

জাকাৰ্টাত সেই বছৰ এছিয়ান গেমচ্। ধিং এক্সপ্ৰেছ খ‍্যাত ভাৰত গৌৰৱ হিমা দাসে সেই প্ৰতিযোগিতাত অংশ ল’বলৈ যাওঁতে লগত কঢ়িয়াই নিছিল সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতাকাখন। ছাত্ৰ সন্থাৰ প্ৰতি সংগঠনটোৰ প্ৰাক্তন সদস‍্যা হিমাৰ মৰম সৰ্বজনবিদিত।

জুবিন দা আচৰিত হৈছিল জাকাৰ্টাত আছুৰ পতাকা দেখি। পতাকাখন হাতত লৈ জুবিন দাই উঠা ফটোখনে সংগঠনটোৰ প্ৰতিজন কৰ্মীক তেওঁ নজনাকৈয়ে দি গৈছিল এক তেজোদ্দীপ্ত শিহৰণ, জগাই গৈছিল নিৰ্ভেজাল স্বাভিমান বোধ। কৃতজ্ঞচিত্তে আজি বাৰে বাৰে চাইছোঁ ফটোখন।

বিশ্বাস নহয় যে জুবিন দা নাই! তাতোকৈ অবিশ্বাস‍্য যে এইগৰাকী অসম সম্পদৰ মৃত‍্যুৰ ন‍্যায় বিচাৰিও কৰিবলগীয়া হৈছে আন্দোলন; কান্দিবলগীয়া হৈছে তেওঁৰ পৰিয়ালে!

স্পষ্ট কথা - প্ৰাণৰ শিল্পীগৰাকীয়ে ন‍্যায় পাবই লাগিব। নোপোৱালৈকে জাতিটো ক্ষান্ত নহয়।


Utpal Sarma

শুভেচ্ছা সকলোলৈ🙏জয় আই অসম ✊
25/09/2025

শুভেচ্ছা সকলোলৈ🙏

জয় আই অসম ✊

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ দুৰ্গ অক্ষত। সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়। নৱনিৰ্বাচিত সভ...
18/09/2025

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ দুৰ্গ অক্ষত। সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়। নৱনিৰ্বাচিত সভাপতি-সাধাৰণ সম্পাদককে ধৰি আটাইকেইগৰাকীলৈ অভিনন্দন।

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ❤️✊
17/09/2025

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ❤️✊

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত খেতি পথাৰত পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰাত জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে ...
20/07/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত খেতি পথাৰত পৰ্যাপ্ত পৰিমাণৰ পানী যোগান ধৰাত জলসিঞ্চন বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা কৰাৰ দাবীত আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আছু গোটৰ সহযোগত GUPGET-2025 ৰ বাবে অবতীর্ণ ...
10/07/2025

নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আছু গোটৰ সহযোগত GUPGET-2025 ৰ বাবে অবতীর্ণ ছাত্র- ছাত্ৰীসকলৰ সুবিধার্থে আছু গোটৰ সহায়ক কেন্দ্র ।।

Simanta Borah Kangkan Jyoti Boruah সদৌ নগাঁও জিলা ছাত্ৰ সন্থা
04/07/2025

Simanta Borah
Kangkan Jyoti Boruah
সদৌ নগাঁও জিলা ছাত্ৰ সন্থা

23/06/2025
সদৌ অসম ছাত্র সন্থা,অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বান মর্মে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ উঠি অহা প্ৰজন্মক ...
18/03/2025

সদৌ অসম ছাত্র সন্থা,অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বান মর্মে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ উঠি অহা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ❤️
13/02/2025

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ❤️

সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী শিৱসাগৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাই মনোনীত কৰা সদৌ অসম ছাত্ৰ সন্...
27/01/2025

সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী শিৱসাগৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাই মনোনীত কৰা সদৌ অসম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়ালৈ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।।🙏

Utpal Sarma

Address

Aasam
Nagaon

Website

Alerts

Be the first to know and let us send you an email when ADP College AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category