Live Talks

Live Talks LiveTalks is fast Digital News
Media from Northeast .We bring you the
daily latest news.,

For Advertisement : +91 9395872926

29/07/2026

নাজিৰা সমষ্টিৰ হুলাংকাটনি। পিতৃ নাই মানে জীৱনত বটবৃক্ষ জোপাই নাই। পিংকীৰ ঘৰত একমাত্ৰ উপাৰ্জন বুলিবলৈ মাত্ৰ দেউতাক আছিল।

28/07/2026

গুৱাহাটী মহানগৰীৰ লগতে নগাঁও, ধিং, মৰিগাওঁ, জাগীৰোড, তেজপুৰ, দেখিয়াজুলি, হোজাই, বাসীৰ বাবে ডাঙৰ খবৰ: এতিয়া আৰু যাতায়াতৰ চিন্তা নাই!

Ola, Uber আৰু Rapido-ৰ দৰে সেৱা এতিয়া সকলো ঠাইতে উপলব্ধ!

মামাৰ ঘৰলে যোৱাৰ প্লেনিঙেই যদি নাই, কিহৰ গৰমবন্ধ!পিৰালিৰ কাষেৰে বৈ যোৱা পানীত যদি কাগজৰ নাও চলোৱা নাই, কিহৰ গৰমবন্ধ!টেবু...
09/07/2026

মামাৰ ঘৰলে যোৱাৰ প্লেনিঙেই যদি নাই, কিহৰ গৰমবন্ধ!
পিৰালিৰ কাষেৰে বৈ যোৱা পানীত যদি কাগজৰ নাও চলোৱা নাই, কিহৰ গৰমবন্ধ!

টেবুল, বিছনাত যদি মৌচাক-অকণিৰ অগ্ৰদূত নায়েই, কিহৰ গৰমবন্ধ !
বৰষুণত তিতি-তিতি খেলি থকাৰ বাবে যদি চেকনিৰ কোব খোৱাই নাই, কিহৰ গৰমবন্ধ !

পথাৰলৈ গৈ যদি মৈখনত উঠাই নাই, কিহৰ গৰমবন্ধ !
বোকা-পানী ফালি যদি হাতত চাহ-জলপানৰ টোপোলা লৈ যোৱাই নাই, কিহৰ গৰমবন্ধ !
সৌ সিদিনা ৰোৱা ভূঁইৰ মাজে-মাজে যদি লাঙিজাল পতা নাই, কিহৰ গৰমবন্ধ !
পথাৰৰ কেঁচাআলি গচকাৰ বাবে যদি গালি শুনা নাই, কিহৰ গৰমবন্ধ !

বাৰীয়ে-বাৰীয়ে যদি আম-কঁঠাল বিচাৰি ফুৰাই নাই, কিহৰ গৰমবন্ধ !
মাহঁত ঘৰত নাথাকিলে যদি নকৰিবলগীয়া কামবোৰ কৰাই নাই, কিহৰ গৰমবন্ধ !
চোতালত পিচলি পৰিলে ৰ'দ দিব বুলি ওপৰলৈ চাই যদি হাঁহি দিয়া নাই, কিহৰ বন্ধহে !

বি:দ্ৰ : পোষ্ট টো ফেচবুকৰ পৰা সংগ্ৰহ কৰা হৈছে )

09/07/2026

শিৱসাগৰত সদৌ অসম গৰীয়া জনগোষ্ঠীৰ সংবাদ মেল_

An. _সংবাদ মেলত গৰীয়া জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰে জনগোষ্ঠীয় সংগঠনটোৰ বিষয়ববীয়া ৰিয়াজ হুছেইন আহমেদে_

Booking Now 9127223058
09/07/2026

Booking Now 9127223058

02/07/2026

যোৰহাটত ১৩ খনকৈ চেকেণ্ড হেণ্ড মটৰ চাইকেল জব্দ আৰক্ষীৰ।

28/06/2026

চৰকাৰে চৰকাৰী শিক্ষাখণ্ড তথা ছাত্ৰ ছাত্ৰীকলৈ যিমান গুৰুত্ব দিব লাগিছিল বৰ্তমান সময়ত তাৰ এখন ওলোটা ছবি দেখিবলৈ পোৱা গৈছে - যোৰহাট জিলা ছাত্ৰ মুক্তিৰ সভাপতি -দেৱাশীষ শইকীয়া

28/06/2026

যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চৌহদত মটৰ চুৰি কৰিবলৈ আহি বিদ্যুৎ পিষ্ট হৈ এজনৰ মৃত্যু।

26/06/2026

Joy Zubeen da ❤️

23/06/2026



👉Attention! পঞ্চায়ত মন্ত্ৰী Atul Bora
👉Attention! হোজাই জিলা প্ৰশাসন
👉 কি চলিছে হোজাই জিলাত?

Address

Katahguri, Nagaon
Nagaon
782123

Alerts

Be the first to know and let us send you an email when Live Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live Talks:

Shortcuts

Share