Yr Helper

Yr Helper Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Yr Helper, Video Creator, Nagaon.

যদি আপুনি এগৰাকী জিজ্ঞাসু তেন্তে আপুনি এই পেজ টো follow কৰিব পাৰে । এই পেজ ত এগৰাকী বিদ্যাৰ্থীৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ ভিডিও পাব আৰু দৈনন্দিন ঘটি থকা ঘটনা বোৰৰ আঁৰৰ "কিয়" টো বিচাৰি পাব ।

22/09/2026

Ishan Uday Scholarship পাবলৈ কিমান Minimum percentage থাকিব লাগে ?

22/09/2026

In this video, I have explained the Ishan Uday Scholarship 2026-27 eligibility criteria, especially the minimum percentage/marks required to apply for the scholarship.

If you are planning to apply for the Ishan Uday Scholarship and are confused about how much percentage is required, this video will help you understand the requirement clearly.

22/09/2026

In this video, I have explained the complete difference between 3-year and 4-year undergraduate degree programmes in India.

You will learn about the 3-year vs 4-year graduation course, degree structure, major/minor subjects, honours/research options, higher studies, postgraduate admission, career opportunities and other important differences.

If you are confused about 3 Year or 4 Year Graduation and want to know which option may be suitable for your higher studies and career plans, watch this video till the end.

22/09/2026

Ishan Uday Scholarship আবেদন কৰোঁতে এই কেইটা ভূল নকৰিব ।

Weekly Review....যোৱা সপ্তাহত মই ৫ টা important ভিডিঅ আগবঢ়ালোঁ ।৩ টা বৰ্তমান চলি থকা Ishan Uday Scholarship ৰ ওপৰত আছিল...
21/09/2026

Weekly Review....

যোৱা সপ্তাহত মই ৫ টা important ভিডিঅ আগবঢ়ালোঁ ।

৩ টা বৰ্তমান চলি থকা Ishan Uday Scholarship ৰ ওপৰত আছিলে যে Ishan Uday Scholarship আবেদন কৰিবলৈ কিমান Minimum percentage থাকিব লাগে, আৱেদন কৰা সময়ত কি কি ভুল নকৰিব যাতে আগলৈ গৈ আপোনালোকৰ আবেদন খন Reject হৈ নাযায় আৰু এই scholarship ৰ বাবে লগা Bonafide Certificate খন কেনেকৈ বনাব। যদি সেইকেইটা ভিডিঅ চোৱা নাই তেন্তে এতিয়াই চাওক বহুত important video যদি আপুনি ishan Uday Scholarship পাব বিচাৰিছে

১. Percentage Video:- https://youtu.be/P3AUIqhsiA8?si=eKGVeX7Y50h045DP

২. কি কি ভুল নকৰিব আবেদন কৰোঁতে :- https://youtu.be/3uT4_xa4GTM?si=vUprx4F1SnxkcWl4

৩. Bonafide Certificate কেনেকৈ বনাব :- https://youtu.be/jAcmKL6wphE?si=GMCI3nG2nihn3sH5

এই তিনিটা ভিডিঅ ৰ বাদে আৰু ২টা ভিডিঅ বনালো, তাৰে এটা ভিডিঅ ত মই বিদ্যাৰ্থী সকলৰ মনত যি ৩ বছৰীয়া আৰু ৪ বছৰীয়া ডিগ্ৰীক লৈ খেলি মেলি আছে সেই খেলি মেলি দূৰ কৰিবলৈ আপুনি কোনটো ডিগ্ৰী কৰা ভাল তাক ভালদৰে জনালোঁ আৰু লগতে এটা চলি থকা ঘটনা যে কাজিৰঙা ত যি বিলাসী হোটেল খুলিব সেই কাৰ্যৰ বিৰুদে মাত মতা আমাৰ সমাজকৰ্মী Ponob Doley দাৰ ওপৰত যি অসম চৰকাৰে NSA অৰ্থাৎ ( National Security Act ) লগাইছে সেই NSA কি হয় তাকো আপোনালোকক জনাব চেষ্টা কৰিলোঁ । দুয়োটা ভিডিঅ লিংক তলত দিছোঁ চাব পাৰিব ।

৪. NSA video :- https://youtu.be/6GAsVWQYwHk?si=QmCgEFDLgFMXJOe8

৫. 3 years v/s 4 years graduation:- https://youtu.be/9pV7YIP0bqI?si=37WnjXIJQgsOqqpZ

শেষত আটাই আশা কৰিম যে ভিডিঅ কেইটাই আপোনালোকক সহায় কৰিলে নতুনকৈ কিবা এটা শিকাত, আৰু ভিডিঅ কেইটা যদি চাইছে তেন্তে কেনে লাগিলে জনাব, কি কি আৰু ভাল কৰিব পাৰিম বা ভাল কৰাৰ দৰকাৰ সেইটো Feedback দিব। ধন্যবাদ

Sanju.
Yr Helper.

03/09/2026

Ishan Uday Scholarship 2025-26 Merit List Update.
Yes অহাৰ পাচত কি কি কৰিব লাগিব ।

02/09/2026

Scholarship for Bed Students In Assam..
Last Date : 30 September.

হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বিভিন্ন কাৰণত আপুনি নিজৰ পঢ়া বাদ দিছিলে , কিন্তু বৰ্তমান আপুনি আকৌ ডিগ্ৰি টো সম্পূৰ্ণ কৰা কথা...
30/08/2026

হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বিভিন্ন কাৰণত আপুনি নিজৰ পঢ়া বাদ দিছিলে , কিন্তু বৰ্তমান আপুনি আকৌ ডিগ্ৰি টো সম্পূৰ্ণ কৰা কথা ভাবিছে, তেন্তে তেনে ক্ষেত্ৰত B.Sc কৰাৰ আগতে এইবোৰ ডিগ্ৰিৰ কথাও এবাৰ জনাটো আপোনাৰ বাবে ভাল হব । যিবোৰ হইটো মই তেতিয়া নাজানিছিলোঁ 😕

https://youtu.be/WezlPKRaRQk

Career Options After 12th Science | B.Sc ke Alawa Best Degree Cours...

26/08/2026

Earning opportunity for Girls in Assam... Amazon Affiliate Marketing..

Address

Nagaon
782141

Alerts

Be the first to know and let us send you an email when Yr Helper posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Yr Helper:

Shortcuts

Share

Category