KNOW WITH US

KNOW WITH US Social science classes-- class 5to 10th... and social science topic for any other competitive exams... and English grammar also.. BOARD-- SEBA and CBSE..

Medium-- English, Assamese, Bengali..

14/06/2025

Rise of Gandhi and the freedom movement of India ।। Class 10।। Social science।।

24/05/2025
23/05/2025
OPERATION SINDOOR                   7 may 2025
07/05/2025

OPERATION SINDOOR
7 may 2025

02/05/2025

কলিকতাত Supreme Court কেতিয়া স্থাপন কৰা হৈছিল?

01/05/2025

যদি exam ৰ preparation কৰি আছে তেন্তে চাব পাৰে এই video.... Class 10 ৰ এটা important topic...


゚viralシfypシ゚viralシalシ



Big shout out to my newest top fans! 💎 Usama Shahid Alom, Irshad Hussain, Rinki MedhiDrop a comment to welcome them to o...
30/04/2025

Big shout out to my newest top fans! 💎 Usama Shahid Alom, Irshad Hussain, Rinki Medhi

Drop a comment to welcome them to our community,

30/04/2025

নিয়ন্ত্ৰণকাৰী আইন কেতিয়া বলবৎ কৰিছিল?

দামোদৰ দেৱৰ তিথি #অসমৰ  #বৈষ্ণৱ পৰম্পৰাৰ এক  #পৱিত্ৰ দিন। অসম আৰু   #উত্তৰপূৰ্বাঞ্চলৰ বৈষ্ণৱ ধৰ্ম পালন কৰা সকলৰ বাবে শ্ৰ...
29/04/2025

দামোদৰ দেৱৰ তিথি
#অসমৰ #বৈষ্ণৱ পৰম্পৰাৰ এক #পৱিত্ৰ দিন। অসম আৰু #উত্তৰপূৰ্বাঞ্চলৰ বৈষ্ণৱ ধৰ্ম পালন কৰা সকলৰ বাবে শ্ৰী #দামোদৰ দেৱৰ #তিথি এক গুৰুত্বপূৰ্ণ ধৰ্মীয় দিন।

#শ্ৰীদামোদৰদেৱৰ জন্ম ১৪৮৮ খ্ৰীষ্টাব্দৰ ফাগুন মাহৰ শুক্লা একাদশী তিথি। তেতিয়াৰ নগাঁও জিলাৰ #নালচা আৰু বৰ্তমান #মৰিগাঁও জিলাৰ #কোবাইকাটা গাওঁত হৈছিল। দামোদৰ দেৱৰ দেউতাক মহাপুৰুষ শঙ্কৰদেৱৰ ঘনিষ্ঠ আছিল বাবেই দামোদৰ দেৱৰ নাম #শঙ্কৰদেৱেই ৰাখিছিল আৰু দামোদৰ দেৱ মহাপুৰুষ জনাৰ নিকটবৰ্তী শিষ্য আৰু #একশৰণ ধৰ্মৰ বিশিষ্ট প্ৰচাৰক আছিল। দামোদৰ দেৱে সাধনা, সাহিত্য আৰু সমাজ সেৱাৰ জৰিয়তে বৈষ্ণৱ ধৰ্মক সমগ্ৰ #অসমতে বিস্তাৰ কৰাৰ কাৰ্য্য কৰিছিল। তেখেত বহু সত্ৰ প্ৰতিষ্ঠা কৰিছিল, ভক্তি আন্দোলনক সামাজিক অন্তৰ্ভুক্তিৰ দিশত আগবঢ়াইছিল।

#দামোদৰ দেৱৰ #তিথিত কি কৰে?

#দামোদৰ দেৱৰ তিথিত সত্ৰ আৰু নামঘৰত ভক্তিগীত, নাম প্ৰসঙ্গ আৰু ভাগৱত পাঠ অনুষ্ঠিত হয়। ভক্ত সকলে দামোদৰ দেৱৰ জীৱন আৰু শিক্ষাৰ ওপৰত আলোচনা সভা আয়োজন কৰে। ইয়াৰ উপৰি প্ৰসাদ বিতৰণ, বৰগীত আৰু অংকীয়া নাটৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
বিশেষকৈ মাজুলীৰ সত্ৰ সমূহত বৃহৎ ভক্ত সমাগম দেখা যায়।

15/04/2025

Who was the first chief commissioner of Assam?

15/04/2025

Muslim league গঠন হোৱাৰ সময়ত বংগৰ ভাইচৰয় কোন আছিল?

14/04/2025

Muslim league কেতিয়া গঠন কৰা হৈছিল?

Address

Nagaon

Telephone

+18638848181

Website

Alerts

Be the first to know and let us send you an email when KNOW WITH US posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KNOW WITH US:

Share