Abs 9T2 Assamese"News

Abs 9T2 Assamese"News Hi everyone I'm Abu bakkar SiddiqueN my channel Name is Abs 9T2 Assamese"News This channel

16/04/2023

অৱশেষত আহিল এটা ভাল খবৰ। আক্ৰাছুৱে প্ৰত্যাহাৰ কৰিলে জুবিনৰ সংগীতানুষ্ঠানৰ নিষেধাজ্ঞা। শান্তিপূৰ্ণভাৱে বঙাইগাঁৱত অনুষ্ঠিত হ'ব জুবিনৰ সাংস্কৃতিক অনুষ্ঠান।

16/04/2023

প্ৰধানমন্ত্ৰী মোদীক হাজাৰ কোটি টকা দিয়া বুলি ক'লে গ্ৰেপ্তাৰ কৰা হ'ব নেকি মোদীকো

15/04/2023

অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI টেগ

14/04/2023

অসম : AIIMS-ৰ লগতে তিনিখন চিকিত্‍সা মহাবিদ্যালয় মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

14/04/2023

IPLৰ চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ মেচখন জিঅ' চিনেমাত চালে সৰ্বাধিক ২.২ কোটি দৰ্শকে

Address

Udmari
Nagaon
782124

Website

Alerts

Be the first to know and let us send you an email when Abs 9T2 Assamese"News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Abs 9T2 Assamese"News:

Share