pomy dance & vlog

pomy dance & vlog //mur jibonor akaxote indrodhonu gorhim//

সৰু বৌ, ভতিজা, ভাই বোৱাৰী, ভনী আৰু মই 🤩🤩 সকলো একেলগে সময় অলপ অতিবাহিত কৰিলোঁ 🥰 এতিয়া আমাক চিনি পালেনে ৰাইজ সকল কমেণ্ট ...
09/08/2026

সৰু বৌ, ভতিজা, ভাই বোৱাৰী, ভনী আৰু মই 🤩🤩 সকলো একেলগে সময় অলপ অতিবাহিত কৰিলোঁ 🥰 এতিয়া আমাক চিনি পালেনে ৰাইজ সকল কমেণ্ট কৰি জনাব দেই 🙏😍😍
🤩😍😍💐💐❤️❤️







Good morning everyone 🌞 জাগীৰোডত পানী আকৌ আহিছে দেখিছোঁ , কি হব মানে একো ধৰিব পৰা নাই 😢😢😢😳 সকলো ভালে থাকিলে হ'ল আৰু ভগৱা...
06/08/2026

Good morning everyone 🌞 জাগীৰোডত পানী আকৌ আহিছে দেখিছোঁ , কি হব মানে একো ধৰিব পৰা নাই 😢😢😢😳 সকলো ভালে থাকিলে হ'ল আৰু ভগৱান 🙏🥰❤️❤️🙏🙏

সকলো লৈকে সন্ধিয়াৰ শুভ কামনা জনালোঁ দেই ৰাইজ সকল 🌄🌄🌄🥰🥰🥰🌹💕💐✅✅  সদায় নিজে নিজক ভাল পাব লাগে, বেলেগৰ পৰা দুখৰ বাহিৰে একো ...
02/08/2026

সকলো লৈকে সন্ধিয়াৰ শুভ কামনা জনালোঁ দেই ৰাইজ সকল 🌄🌄🌄🥰🥰🥰🌹💕💐✅✅
সদায় নিজে নিজক ভাল পাব লাগে, বেলেগৰ পৰা দুখৰ বাহিৰে একো পোৱা নাযায় , কিন্তু আমি হৈছোঁ সংসাৰৰ মায়া মোহত লিপ্ত হৈ থকা এই কলিযুগৰ মানুহ , সেয়েহে উৱ বোপাই বেলেগে বেয়া পাব বুলি ভাবোতেই , বেলেগক সুখী কৰিবলৈ যাওঁতেই নিজৰ সুখবোৰ নিজৰ ভাল লগা বোৰ পাহৰি থকা যায় 🤩🤩🤩🤩🥰🥰🥰❤️❤️
হয়নে নহয় বাৰু জনাব দেই??????🤔🤔🤔🤔






এইবাৰ আপোনালোকে নিজেই চাই ককচোন ৰহিমলাৰ ফটো খনত কি দিলে আৰু কি নিদিলে 🤣🤣🤣     AI ৰ যে কি লীলা অ ৰাম ৰাম বুজিয়ে নেপাই দেখ...
02/08/2026

এইবাৰ আপোনালোকে নিজেই চাই ককচোন ৰহিমলাৰ ফটো খনত কি দিলে আৰু কি নিদিলে 🤣🤣🤣
AI ৰ যে কি লীলা অ ৰাম ৰাম বুজিয়ে নেপাই দেখোন 🤣🤣🤣🤣❤️❤️💚💚✅✅💐💯👏






ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়, উৰি উৰি চিলনীয়ে ৰং মনে চাই 🤩🤩🤩 পিছে পাচিটো AI এ চিনিয়ে নাপালে যেন পাইছোঁ 🤔🤔    লৰালিৰ কা...
31/07/2026

ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়, উৰি উৰি চিলনীয়ে ৰং মনে চাই 🤩🤩🤩 পিছে পাচিটো AI এ চিনিয়ে নাপালে যেন পাইছোঁ 🤔🤔
লৰালিৰ কালতে পঢ়া এই কবিতা, যোৱা কালি কিতাপ খন মেলি চালোঁ ৰহিমলা ঘৰ গৈ পোৱাই নাই 🤩🤩🤩🤩🤩😍😍🤦🤦🤦🤦👌
শুভ আবেলি জনালোঁ দেই ৰাইজ সকল 💐💐✅






Good morning everyone ☀️,  xunkale xokolu thik kori diok probhu, xokoluke xokti diyok jibontu notun koi aramvo koriboloi...
30/07/2026

Good morning everyone ☀️, xunkale xokolu thik kori diok probhu, xokoluke xokti diyok jibontu notun koi aramvo koriboloi 🙏🙏☀️☀️✅💯✅💯💚💚💚💚🌲♥️




মই কল্পনা নকৰা এখন ছবি AI এ ইমান ধুনীয়া কৈ বনাই দিলে নিজে নিজে, এগৰাকী জীৱিকা সখীৰ কৰ্তব্য খিনি সুন্দৰ কৈ বৰ্ণাইছে, ভাল...
29/07/2026

মই কল্পনা নকৰা এখন ছবি AI এ ইমান ধুনীয়া কৈ বনাই দিলে নিজে নিজে, এগৰাকী জীৱিকা সখীৰ কৰ্তব্য খিনি সুন্দৰ কৈ বৰ্ণাইছে, ভাল লাগি গ'ল মনটো 🥰 কাৰণ এই খিনি কথা হয়, আমাৰ গাঁৱত আছে আৰু হৈ থাকে SHG, ইয়াৰ পৰাও মহিলা সকল বহুত উপকৃত হৈছে ✅💯💯💯💯
সকলোকে আবেলিৰ সম্ভাষণ জনালোঁ দেই ৰাইজ সকল🌄🌄🙏💐💐💐💐







Address

Nagaon

Alerts

Be the first to know and let us send you an email when pomy dance & vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share