News33 Assam

News33 Assam News33 assam
সদায় ৰাইজৰ পক্ষত।

যোৰহাটত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ জয়লাভকংগ্ৰেছৰ গৌৰৱ গগৈৰ বিৰুদ্ধে ২৩১৮২টা ভোটৰ ব্যৱধানত জয়লাভ।       ゚viralfollow...
04/05/2026

যোৰহাটত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ জয়লাভ
কংগ্ৰেছৰ গৌৰৱ গগৈৰ বিৰুদ্ধে ২৩১৮২টা ভোটৰ ব্যৱধানত জয়লাভ।

゚viralfollowersシ゚

মৰিগাঁও বিধানসভাৰ সমষ্টিৰ BJP প্ৰাৰ্থীৰমকান্ত দেউৰী জয় লাভ।     ゚viralfollowersシ゚
04/05/2026

মৰিগাঁও বিধানসভাৰ সমষ্টিৰ BJP প্ৰাৰ্থী
ৰমকান্ত দেউৰী জয় লাভ।

゚viralfollowersシ゚

নগাওঁ বটদ্ৰৱা BJP প্ৰাৰ্থী ৰূপক শৰ্মা বৃহৎ ভোটত জয় লাভ।       ゚viralfollowersシ゚
04/05/2026

নগাওঁ বটদ্ৰৱা BJP প্ৰাৰ্থী ৰূপক শৰ্মা
বৃহৎ ভোটত জয় লাভ।

゚viralfollowersシ゚

প্ৰথমটো জয় ড ৰণোজ পেগুধেমাজি পৰা BJP প্ৰাৰ্থী।     ゚viralfollowersシ゚
04/05/2026

প্ৰথমটো জয় ড ৰণোজ পেগুধেমাজি পৰা BJP প্ৰাৰ্থী।

゚viralfollowersシ゚

18/04/2026

ৰাজ্যৰ পৰা আৰম্ভ হ’ল পৱিত্ৰ হজ যাত্ৰা। ৰবিবাৰে অসমৰ পৰা মক্কালৈ উৰা মাৰিব অসমৰ হজযাত্ৰীৰ দল। ইয়াৰ ৪ গৰাকী পুৰুষ মহিলা বটদ্ৰৱাৰ জাজৰি অঞ্চলৰ। জাজৰি অঞ্চলৰ চাৰি গৰাকী ব্যক্তি হজ যাত্ৰালৈ যোৱাৰ উদ্দেশ্যে আজি ঘৰৰ পৰা ৰাওনা হয়। এই চাৰি গৰাকী ব্যক্তিৰ হজ যাত্ৰাৰ বিদায় মূহুৰ্তত জাজৰিত সহস্ৰাধিক লোকৰ সমাবেশ ঘটে। জাজৰি বৰ মছজিদত সমবেত হৈ সকলোৱে তেখেত সকলক যাত্ৰা সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হজ যাত্ৰাত গৈ সমগ্ৰ মানৱৰ বাবে দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। ৰাজ্যিক হজ কমিটীয়ে ব্যৱস্থা কৰা বিশেষ বিমান জৰিয়তে হজযাত্ৰীৰ গোটে কাইলৈ পোৱা গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। এই বিশেষ বিমানখনত একেলগে ৩০০ জনৰ অধিক যাত্ৰীয়ে যাত্ৰা কৰিব। উল্লেখ্য যে হাজী সকলক বিদায় সম্বাহনত নাৰায় তকবিৰ আল্লাহু আকবাৰ ধ্বনিৰে মুখৰিত হৈ পৰে জাজৰি অঞ্চল ।
゚viralfollowersシ゚ ゚viralfbreelsfypシ゚viral

16/04/2026

ৰঙালী বিহু ঐতিহাসিক সাতামপুৰুষীয়া পৰম্পৰা ভাবে আজি পহিলা বহাগৰ দিনটো দেখা গৈছে নগাঁও জিলা মাজ জাজৰিৰ নভেটি প্রৱাহ সাংস্কৃতিক গোষ্ঠী আৰু পূথিভঁড়াল সহযোগত পোৱাই অসমীয়া জাতীয় সাজপা পৰিধান কৰি অসমীয়া স্বাভিমান গামোচাৰে জেষ্ঠসকলক সেৱা কৰি আশীর্বাদ লোৱা পৰম্পৰা জীয়াই ৰাখিছে নভেটি।

゚viralfollowersシ゚ ゚viralfbreelsfypシ゚viral ゚viralシ

কিংবদন্তী কণ্ঠশিল্পী আশা ভোঁছলেৰ বিয়োগ...কিংবদন্তী কণ্ঠশিল্পী আশা ভোঁছলেৰ দেহাৱসান৯২বছৰ বয়সত দেহাৱসান কণ্ঠশিল্পীগৰাকীৰ।ক...
12/04/2026

কিংবদন্তী কণ্ঠশিল্পী আশা ভোঁছলেৰ বিয়োগ...

কিংবদন্তী কণ্ঠশিল্পী আশা ভোঁছলেৰ দেহাৱসান

৯২বছৰ বয়সত দেহাৱসান কণ্ঠশিল্পীগৰাকীৰ।

কাইলৈ ​​বিয়লি ৪ বজাত কণ্ঠশিল্পী আশা ভোছলেৰ অন্তিম অনুষ্ঠান; ৯২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

゚viralfollowersシ゚

নগাওঁ জিলা জাজৰি ইছলামপ্ৰট্টী নিৱাসী তথা সমাজকমী  সন্মানীয় জ্যেষ্ঠ ব্যক্তী ইলিয়াছ আলি (বাবুল) ডাঙৰীয়া  বিয়োগ হয়। তেখেতৰ ...
12/04/2026

নগাওঁ জিলা জাজৰি ইছলামপ্ৰট্টী নিৱাসী
তথা সমাজকমী সন্মানীয় জ্যেষ্ঠ ব্যক্তী
ইলিয়াছ আলি (বাবুল) ডাঙৰীয়া বিয়োগ হয়।
তেখেতৰ বিয়োগে সমগ্র জাজৰি অঞ্চলটোত শোকৰ ছাঁ।তেখেতৰ আত্ম চিৰ সদগতি কামনা কৰিলোঁ।

# ゚viralfollowersシ゚

11/04/2026

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ঘোষণা হোৱা পাছতে জাজৰিৰ গ্ৰীণভেলী পাব্লিক স্কুলৰ মেধাৱী ছাত্র -ছাত্রী সকলে গৌৰৱ কঢ়িয়াই আনিলে জাজৰিৰ অঞ্চলটোলৈ ।

আজি গ্ৰীণভেলী পাব্লিক স্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা
উৰ্ত্তীণ হোৱা ছাত্র ছাত্রী একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা লগতে বিহু গীত গাই বিহু নাচে গ্ৰীণভেলী পাব্লিক স্কুলৰ ছাত্র ছাত্রী আৰু শিক্ষক শিক্ষয়ত্রীয়ে।

゚viralシ ゚viralfbreelsfypシ゚viral

10/04/2026

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা ঘোষণা উত্তীৰ্ণৰ হৈ জাজৰিৰ লৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাৱী ছাত্রী পাৰভিজা ৰাব্বানী।

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলা জাজৰিৰ উচ্চতৰ মাধ্যমিক
বিদ্যালয়ৰ ছাত্ৰী পাৰভিজা ৰাব্বানীয়ে,৮২ শতাংশ নম্বৰ লাভ কৰি বিশেষ কৃতিত্ব অৰ্জন কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী ছাত্ৰীয়ে ৪ ঘন্টা কিতাপ পঢ়ি ৩ টা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰি সমগ্ৰ জাজৰিৰ অঞ্চলটো লৈ গৌৰৱ কঢ়িয়াই আনে মেধাৱী ছাত্রী পাৰভিজা ৰাব্বানীয়ে।

゚viralfollowersシ゚

Address

Nagaon
782142

Alerts

Be the first to know and let us send you an email when News33 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share