TIME TALKS 24

TIME TALKS 24 for entertainment and motivational content please be with us by like follow share and comment etc....

ৰাজনীতিত জয় পৰাজয় আছেই। বিধায়ক মেহবুব মোক্তাৰ আৰু নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী মতিউৰ ৰহমানে একলগে উঠা ফটো খনে বহু কথাই বুজা...
03/09/2026

ৰাজনীতিত জয় পৰাজয় আছেই। বিধায়ক মেহবুব মোক্তাৰ আৰু নিৰ্বাচনত পৰাজিত প্ৰাৰ্থী মতিউৰ ৰহমানে একলগে উঠা ফটো খনে বহু কথাই বুজাই দিলে।দুয়োগৰাকীক শুভ কামনা জনালোঁ।

আনুষ্ঠানিক ভাৱে নগাঁও জিলাৰ আয়ুক্ত পদৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দেৱাশীষ শৰ্মাৰ।নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বিজ...
03/09/2026

আনুষ্ঠানিক ভাৱে নগাঁও জিলাৰ আয়ুক্ত পদৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ দেৱাশীষ শৰ্মাৰ।নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হ'ব শৰ্মা।

03/09/2026

নগাঁৱৰ বিশিষ্ট সমাজ সেৱক প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ জনাজা নামাজত জনসমূদ্ৰ।

03/09/2026

জুৰীয়াত কৃত্ৰিম বানৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল
নগাঁও জিলাৰ জুৰীয়াত কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ।

03/09/2026

শিঙিমাৰী উন্নয়ন খণ্ডৰ ফিচাৰী আৰু মীনমহল মুকলি নিলামৰ সিদ্ধান্ত
শিঙিমাৰী উন্নয়ন খণ্ডৰ চৌহদত থকা ফিচাৰী আৰু মীনমহল মুকলি নিলামত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সৰ্বভাৰতীয় NEET পৰিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটৰ তিনিআলিৰ এছ মিনহাজ উদ্দীনে।
03/09/2026

সৰ্বভাৰতীয় NEET পৰিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটৰ তিনিআলিৰ এছ মিনহাজ উদ্দীনে।

03/09/2026

মায়ঙত চোৰাং গৰু সৰবৰাহকাৰীক আটক।উদ্ধাৰ 20 টা চোৰাং গৰু।

02/09/2026

মুছলিম যুৱতী হিন্দু লৰাৰ লগত মন্দিৰত বিয়া পাতিবলৈ যুৱকৰ ঘৰত।মানি নলয় দুয়ো পক্ষৰ সমাজে

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ দেহাবসান।
02/09/2026

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ দেহাবসান।

02/09/2026

এই video টো শৃংখলৰ বাবে, তোমাৰ দম আছে মন্ত্ৰী পিয়োষ হাজৰিকাৰ প্ৰশ্ন কৰিবলৈ, মন্ত্ৰী পিয়োষ হাজৰিকাই যে মিঞাক লৈ তেখেতৰ নিজৰ পুখুৰীত মাছ দৰি আছে৷প্ৰশ্ন এজন যুৱকৰ

Address

Nagaon

Telephone

+916001564161

Website

Alerts

Be the first to know and let us send you an email when TIME TALKS 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME TALKS 24:

Shortcuts

Share