Taza Khobor Tuktuki

Taza Khobor Tuktuki News media broadcasting

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত কুখ্যাত ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইন ওৰফে ৰাজুক কৰায়ত্ত।
14/06/2026

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত কুখ্যাত ড্ৰাগছ মাফিয়া আনোৱাৰ হুছেইন ওৰফে ৰাজুক কৰায়ত্ত।

যোৱা পাঁচ বছৰত  #শিৱামণি_বৰাই কোন পঞ্চায়তত কি কাম কৰিলে। কোনোবাই জানে নে ?
18/02/2026

যোৱা পাঁচ বছৰত #শিৱামণি_বৰাই কোন পঞ্চায়তত কি কাম কৰিলে। কোনোবাই জানে নে ?

ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে এৰিছে কংগ্ৰেছ ।ভৱিষ্যত কি হব কংগ্ৰেছৰ ?     #ৰাজনীতি
18/02/2026

ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে এৰিছে কংগ্ৰেছ ।
ভৱিষ্যত কি হব কংগ্ৰেছৰ ?
#ৰাজনীতি

২২ তাৰিখে বিজেপিত যোগদান কৰিব ভূপেন বৰাই।
17/02/2026

২২ তাৰিখে বিজেপিত যোগদান কৰিব ভূপেন বৰাই।

  দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে  #আমছুৰ প্ৰাক্তন  #সভাপতি  #ৰেজাউল_কৰিম_চৰকাৰ
17/02/2026

দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে #আমছুৰ প্ৰাক্তন #সভাপতি #ৰেজাউল_কৰিম_চৰকাৰ

ধিং সমষ্টিত কোন দল জিকাৰ সম্ভাৱনা ?জনাওঁক আপোনাৰ মতামত
16/02/2026

ধিং সমষ্টিত কোন দল জিকাৰ সম্ভাৱনা ?
জনাওঁক আপোনাৰ মতামত

কংগ্ৰেছ ত্যাগ কৰিলে APCC ৰ প্ৰাক্তন সভাপতি  ভূপেন বৰাই ।কোন দলত যোগদান কৰিব জনাওঁক আপোনাৰ মতামত .....
16/02/2026

কংগ্ৰেছ ত্যাগ কৰিলে APCC ৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ।
কোন দলত যোগদান কৰিব জনাওঁক আপোনাৰ মতামত .....

মুছলিম ভোট নালাগে নেকি ? কংগ্ৰেছক ।ৰেজাউল কৰিমৰ পিছত এইবাৰ ছাইজুদ্দিন আহমেদক ।
08/02/2026

মুছলিম ভোট নালাগে নেকি ? কংগ্ৰেছক ।
ৰেজাউল কৰিমৰ পিছত এইবাৰ ছাইজুদ্দিন আহমেদক ।

 #গাঁওৰক্ষী_বাহিনী হ'ল ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত সদ্ভাৱ, সম্প্ৰীতি, সুৰক্ষা আৰু বিভিন্ন সমাজ বিৰোধী গতিবিধিক চোৱ...
29/01/2026

#গাঁওৰক্ষী_বাহিনী হ'ল ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত সদ্ভাৱ, সম্প্ৰীতি, সুৰক্ষা আৰু বিভিন্ন সমাজ বিৰোধী গতিবিধিক চোৱাচিতা কৰাৰ অৰ্থে অসম চৰকাৰৰ দ্বাৰা নিয়োজিত এক পৰিশীলিত ব্যৱস্থা। আজি গাওঁ ৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ শুভ মুহূৰ্তত বাহিনীটোৰ প্ৰতিগৰাকী বিষয়ববীয়া,সদস্য-সদস্যাক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

মুকলি আকাশৰ তলত ধিঙৰ বিধায়ক আমিনুল ইছলাম। #আমিনুল_ইছলাম #ধিং
28/11/2025

মুকলি আকাশৰ তলত ধিঙৰ বিধায়ক আমিনুল ইছলাম।
#আমিনুল_ইছলাম
#ধিং

Address

Tuktuki
Nagaon
782123

Website

Alerts

Be the first to know and let us send you an email when Taza Khobor Tuktuki posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share