UNB News

UNB News Digital News Platform of UNB NEWS

অসমৰ খবৰ, আপোনাৰ কাষত।
📍 স্থানীয়, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বাতৰি
⚡ দ্ৰুত • নিৰপেক্ষ • সত্যনিষ্ঠ
📲 আপোনাৰ খবৰ, আমাৰ দায়িত্ব।

ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা।ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ।যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছ...
02/08/2026

ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা।

ৰূপহী হাটৰ পূৱ লৰিৰমুখৰ পৰা এক সন্তানৰ মাতৃ নিৰুদ্দেশ।

যোৱা ১৫ দিন ধৰি নিৰুদ্দেশ হৈ আছে বোৱাৰী গৰাকী।

02/08/2026

📌পশ্চিম শিঙিমাৰীত একে নিশাই একাধিক চুৰিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী লুটি নিয়াৰ অভিযোগ

02/08/2026

📌শিৱসাগৰ দিখৌ মুখৰ বানাক্ৰান্তলৈ নগাঁৱৰ মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সহাৰী

02/08/2026

📌কাৰ্বি আংলঙৰ উত্তৰ বৰবিলত পুত্ৰই নিজ পিতৃক দাৰে ঘপিয়াই কৰিলে হত্যা

01/08/2026

📌নিৰৱে গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিঙিয়া সমবায় সমিতিৰ উপ-সভাপতি তফাজুল হক মৰলে

01/08/2026

📌শিঙিমাৰী বজাৰত আৱৰ্জনাৰ স্তূপে সৃষ্টি কৰিছে দুৰ্গন্ধময় পৰিৱেশ, ব্যৱস্থাৰ দাবী

01/08/2026

📌শিঙিমাৰীত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ, ১,২৩৪ গৰাকী হিতাধিকাৰীক ডিবিটিৰে আৰ্থিক সাহায্য

01/08/2026

📌নগাঁৱৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত ননৈ চাহ বাগানৰ মাজত এজন লোকৰ মৃতদেহ উদ্ধাৰ

01/08/2026

📌ৰূপহীহাটৰ ভকুৱামাৰীত শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ
📌তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ

31/07/2026

📌নগাঁৱৰ ৰিজুৱানা মেমৰিয়েল গেলেক্সি ৱমেন হস্পিতালৰ বিৰুদ্ধে নগাঁও জিলা আয়ুক্তৰ ওচৰত অভিযোগ দাখিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when UNB News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share