জনতাৰ অসম

জনতাৰ অসম our team provide better and genuine News for the people . Our team wants your support so that we can spread the real and authentic News.

please share and like our page and please invite your friends .

11/06/2025

ৰাইজৰ প্ৰতিবাদৰ অন্তত ছাদ্দাম আলী নামৰ এজন অভিযুক্তক আটক চাপৰ আৰক্ষীৰ।

10/06/2025

অসমৰ নেতাৰ সামাজিক ছবি ঠিক কৰিবলৈ বাংলাদেশ, ছৌদি আৰব আদিৰ পৰা চলোৱা সামাজিক মাধ্যমৰ ২৬০০তকৈ অধিক একাউণ্টৰ সম্পূৰ্ণ তথ্য ইতিমধ্যে উদ্ধাৰ হৈছে।

10/06/2025

নগাঁৱৰ মঁহখুলিৰ একাংশ ব্যৱসায়ীলৈ প্ৰশাসনৰ উচ্ছেদৰ জাননী !
গড়কাপ্তানি পথৰ পৰা ৫০ ফুটলৈকে থাকিব নোৱাৰিব কোনো ব্যৱসায়িক প্ৰতিষ্ঠান

01/06/2025

ৰূপহীহাটৰ পূব শিঙিমাৰীত ৰাইজৰ ৰোষত এটা চোৰ

01/06/2025

ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত পিষ্টল সহ পাঁচজনীয়া ডকাইতৰ দল I

31/05/2025

30/05/2025

পুত্ৰৰ বিয়োগৰ খবৰ পাই পিতাৰো মৃত্যু, অঞ্চল জুৰি শোকৰ বন্যা লগতে পিতা-পুত্ৰক সমভাৱে দিয়া হ’ল জানাজা

29/05/2025

ৰূপহীহাটৰ বালিকাত ভ*য়ং*কৰ পথ দু*ৰ্ঘ*ট*না

28/05/2025

'মই ভাৰতীয়, মই অসমৰ, মই বাংলাদেশলৈ নাযাও', আৱেগিক হৈ ক'লে খাইৰুল ইছলামে I

27/05/2025

VIP বাহনৰ লগতে বিজেপি লগ' সম্বলিত বাহনৰ পৰা চামগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰে ৩০টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকছ।

27/05/2025

চাপৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

26/05/2025

নাৰায়ণপুৰত এটা গৰু চোৰক ৰাইজে হাতে লোটে ধৰি চমজাই দিয়ে আৰক্ষীক ৷

Address

RUPAHI TOWN PO RUPAHI PS RUPAHIHAT
Nagaon
782125

Alerts

Be the first to know and let us send you an email when জনতাৰ অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to জনতাৰ অসম:

Share