20/09/2025
এনেকোৱা কিছুমান মানুহে নিজৰ লাভ কাৰণে মাতি নি এনেকোৱা অবস্থাত ঘূৰাই পাইছে । আজি অতি জনপ্ৰিয় কন্ঠৰ শিল্পী মৰমৰ জুবিন দা আজি আমাৰ মাজৰ পৰা চিৰদিনলৈ হেৰাই গ'লে ।আজি ভাবিব পৰা নাই । আমি অসমবাসীয়ে জুবিন দা অনুৰাগীৰ হিচাপে উচিত তদন্ত বিচাৰিছোঁ । জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। Love you zubeen da