New Life Club Barhampur

New Life Club Barhampur স্বাগতম জনাইছোঁ আপোনাক

🥰
03/01/2026

🥰

19/12/2025

ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বঢ়মপুৰ সমষ্টি সন্মানীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া আজি আদৰ্শ গাঁও ৰাইজৰ মাজত উপস্থিত থাকে । আৰু তিনিটা পঞ্চায়তৰ প্ৰাই ১২ টা ৰাস্তা উদ্বোধন কৰে।।
আপোনাক ৰাইজৰ লগতে নিউ লাইফ ক্লাৱৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ আগন্তুক নতুন বছৰটোত আৰু ভাল ভাল কাম কৰিব পৰা শক্তি দিয়ে যেন ভগৱানে, আশীৰ্বাদ কৰিছোঁ ।। Jitu Goswami 🙏 Manashjyoti Das

09/12/2025

সৌৱা চোৱা শ্ৰী কৃষ্ণ 🥰🥰🥰
কৃষ্ণ ৰূপত শ্ৰী দেৱীকা দাস ( Diya )
New Life Club Barhampur

02/12/2025

অসমৰ ভাইৰেল পুটনা জনী আমাৰ মাজত
Shre krishna Raslila
Presented by New Life Club
পৰিচালক শ্ৰী নাৰায়ন বাচা
দৃশ্যসজ্যা শ্ৰী জ্যোতি গগন ( Sistri Kola The Art Point - 91014 88013 )

01/12/2025

নিউ লাইফ ক্লাৱৰ শ্ৰী কৃষ্ণ ৰাসলীলা ২০২৫ , সকলোকে ধন্যবাদ জনালো
Shre krishna Raslila
Presented by New Life Club
পৰিচালক শ্ৰী নাৰায়ন বাচা
দৃশ্যসজ্যা শ্ৰী জ্যোতি গগন ( Sistri Kola The Art Point - 91014 88013 )
New Life Club Barhampur

07/11/2025

নিউ লাইফ ক্লাৱ ( নৱ জীৱনৰ ) এইবৰ্ষ ৰাসৰ ৰিহাচল আৰম্ভ হৈছে আশীৰ্বাদ কৰিব ভাল হয় যাতে

ভাওনালৈ নিমন্ত্ৰন জনালোঁ, ফেব্ৰুৱাৰী ১  তাৰিখে সকলো আহিব আদৰ্শ গাঁও খেল পথাৰত New Life Club Barhampur
22/01/2025

ভাওনালৈ নিমন্ত্ৰন জনালোঁ, ফেব্ৰুৱাৰী ১ তাৰিখে সকলো আহিব আদৰ্শ গাঁও খেল পথাৰত
New Life Club Barhampur

সকলো আহিব আমাৰ ভাওনা চাবলৈ ফেব্ৰুৱাৰী ১ তাৰিখে
22/01/2025

সকলো আহিব আমাৰ ভাওনা চাবলৈ
ফেব্ৰুৱাৰী ১ তাৰিখে

25/12/2024

2024 আমাৰ ৰাসৰ কিছু স্মৃতি ইয়াতে সাঁচি ৰাখিলোঁ
New Life Club Barhampur

Address

Nagaon

Alerts

Be the first to know and let us send you an email when New Life Club Barhampur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share