ANE Talks 24

ANE Talks 24 সকলোৰে লগত, সকলোৰে সৈতে.
(1)

03/05/2026

ৰুদ্ৰ মহাযজ্ঞ ও পুনঃ প্রতিষ্ঠা নগাঁও জিলাৰ লাওঁখোৱ শিৱ মন্দিৰ প্ৰাংগণ।

22/04/2026
21/04/2026

📌বিশ্বনাথৰ মহজুলিত বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য গছপুলি ৰোপন ।

#বিশ্বনাথ_চাৰিআলি



📌ভিক্টৰ দাসক আটক🟥দদৰা আৰক্ষীয়ে আটক কৰিছে ভিক্টৰক🟥দদৰা অঞ্চলত উপদ্ৰৱ চলোৱাৰ অভিযোগ ভিক্টৰৰ বিৰুদ্ধে
21/04/2026

📌ভিক্টৰ দাসক আটক

🟥দদৰা আৰক্ষীয়ে আটক কৰিছে ভিক্টৰক

🟥দদৰা অঞ্চলত উপদ্ৰৱ চলোৱাৰ অভিযোগ ভিক্টৰৰ বিৰুদ্ধে

21/04/2026

📌বাঙালী সকলে পৰিবেশন কৰিলে অসমৰ জাতীয় সংগীত।
🟥সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচীত অসমৰ জাতীয় সংগীত পৰিবেশন।
🟥ভাল লাগিলে শেয়াৰ কৰিব ।

20/04/2026

📌ৰূপহীহাটৰ লাওঁখোৱাৰ ৪নং বগামুখত ৰাইজৰ ৰোষত গৰু সহ চুৰ ।।

🟥পুৱাই গৰু চুৰি কৰি গাড়ীত উঠাবলৈ লওঁতেই প্ৰত্যক্ষ কৰে স্থানীয় লোকে

🟥পাঁচ জনীয়া চুৰৰ দলটোক ৰাইজে খেদি খেদি তিনি চুৰক আটক কৰে যদিও পলায়ন কৰে আন দুই চুৰ

🟥উত্তেজিত ৰাইজে গৰু চুৰিত ব্যৱহৃত বাহন ভাঙি লণ্ডভণ্ড কৰে

🟥দীৰ্ঘদিনৰেই পৰা অঞ্চলটোত গৰু চোৰে নিদ্ৰা হৰণ কৰি আহিছে গৃহস্থৰ

🟥গৰু চোৰিত ব্যৱহৃত বাহন নম্বৰ AS 02 BC 1567 আৰু AS 12CC 1651

🟥ধৃত গৰু চোৰ ক্ৰমে হাবিবুৰ ৰহমান,জিয়াবুৰ ৰহমান, আবুল বাশ্বা।

📌কলিয়াবৰ হাতীবন্ধাৰ দীপ চক্ৰৱৰ্তী নামৰ ১৬ বছৰীয়া ছাত্ৰ নিৰুদ্দেশ। 🟥ছাত্ৰগৰাকী ৰাতিপুৱা ঘৰৰ পৰা কিতাপ কিনিবলৈ কলিয়াবৰলৈ...
19/04/2026

📌কলিয়াবৰ হাতীবন্ধাৰ দীপ চক্ৰৱৰ্তী নামৰ ১৬ বছৰীয়া ছাত্ৰ নিৰুদ্দেশ।
🟥ছাত্ৰগৰাকী ৰাতিপুৱা ঘৰৰ পৰা কিতাপ কিনিবলৈ কলিয়াবৰলৈ ওলাই যায় যদিও ছাত্ৰগৰাকী এতিয়ালৈ নিখুজ হৈ আছে।
🟥যদি কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰ জনৰ সন্ধান পায় অনুগ্ৰহ কৰি তলত উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ অনুৰোধ জনোৱা হল-93945 26519/ 9101696664/9395910826




19/04/2026

📌সাধাৰণতে ছোৱালীয়ে মোৰ গান নাগায়--জুবিন গাৰ্গ।

তাই প্ৰথম মোৰ গান গাইছে ।।



19/04/2026

📌উত্তৰ খাটোৱালৰৰ ছফিকুল ইছলাম মালিকানাধীন Tohid Iron & Steel Fabrication ইণ্ডাষ্ট্ৰীজলৈ আহঁক আৰু ৰেহাই মূল্যত লৈ যাওক আপোনাৰ পচন্দৰ গেইট, গ্ৰীল, ছাটাৰ ইত্যাদি।



18/04/2026

📌পশ্চিম বংগত মুছলমান ব্যক্তিয়ে দিলে "জয় শ্ৰীৰাম" ধ্বনি।

17/04/2026

📌অসমবাসীৰ ওচৰত ক্ষমা খুজিলে বংগ কন্যা মৰ্মিতা মিত্ৰই ।

Address

Nagaon
782120

Alerts

Be the first to know and let us send you an email when ANE Talks 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ANE Talks 24:

Share