Uttarbisari

Uttarbisari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Uttarbisari, Media/News Company, Nagaon.

21/08/2024

😆😆🤣🤣🤣🤣 শ্বেয়াৰ কৰিব ৰাইজ।
Assamese comedy video.

Comments কৰক।🛑🛑  ষ্টাৰ্ট মিটাৰ।
21/08/2024

Comments কৰক।🛑🛑
ষ্টাৰ্ট মিটাৰ।

21/08/2024

সত্র কি ? সত্রৰ প্ৰকাৰ সমূহ!
Video সংগ্ৰহ bhaskar dutta.

20/08/2024
20/08/2024

Ki khobor xokolura?

🙏🙏🙏🙏.
23/07/2024

🙏🙏🙏🙏.

17/06/2024

বৰষুণৰ পৰিছে নে আপোনাৰ অঞ্চলত?

শ্বেয়াৰ কৰক।
01/05/2024

শ্বেয়াৰ কৰক।

IMPORTANT 🔔জুলাইত অনুষ্ঠিত হব লগীয়া ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ সম্ভাব্য প্ৰশ্ন উওৰ।  পঢ়ক আৰু Share কৰক।Assam direct req...
28/04/2024

IMPORTANT 🔔
জুলাইত অনুষ্ঠিত হব লগীয়া ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ সম্ভাব্য প্ৰশ্ন উওৰ। পঢ়ক আৰু Share কৰক।Assam direct requirements.

শ্বেয়াৰ কৰিব।
27/04/2024

শ্বেয়াৰ কৰিব।

❓শোণিত কুঁৱৰী ' নাটকখন কোনে ৰচনা কৰা 🟰 জ্যোতিপ্ৰসাদ আগৰৱালা ❓'Discovery of Assam' কিতাপখনৰ ৰচক কোন 🟰সতীশ চন্দ্ৰ কাকতি ❓শ...
26/04/2024

❓শোণিত কুঁৱৰী ' নাটকখন কোনে ৰচনা কৰা
🟰 জ্যোতিপ্ৰসাদ আগৰৱালা

❓'Discovery of Assam' কিতাপখনৰ ৰচক কোন
🟰সতীশ চন্দ্ৰ কাকতি

❓শিৱসাগৰৰ ' সাহিত্যিক অৰ্থ কি
🟰শিৱ মহাসাগৰ

❓ACS ৰ সম্পূৰ্ণ ৰূপ কি
🟰Assam Civil service

❓অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি
🟰কামাখ্যা মন্দিৰ

❓ মহাত্মা গান্ধী অসমলৈ কোন চনত আহিছিল
🟰১৯২১ চনত

❓অসমীয়া কেলেণ্ডাৰৰ প্ৰথম মাহটো কি
🟰বহাগ

❓অসমৰ খেল দিৱস কোন তাৰিখে পালন কৰা হয়

🟰১৭ অক্টোবৰ ( ৰাধা গোৱিন্দ)

❓বৰদলৈ ট্ৰফী' কোন বিধ খেলৰ লগত জৰিত

🟰ফুটবল

❓অসমীয়া সাহিত্যৰ `walter scott ' বুলি কাক জনা যায়

🟰ৰজনী কান্ত বৰদলৈক

❓পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলম কেন্দ্ৰটো কত আছে

🟰 গুৱাহাটীত

❓অসমৰ কত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়

🟰 ডিব্ৰগড় আৰু বঙাইগাঁও

❓একেৰাহে সংগীত পৰিচালনা , অভিনয় আৰু চিনেমা পৰিচালনা কৰা অসমৰ শিল্পীগৰাকী জন কোন ?

🟰 জুবিন গাৰ্গ

❓অসম হকী এছ 'চিয়ান কিমান চনত সংগঠিত হৈছিল

🟰 ১৯৫৫ চনত

❓ কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল

🟰দিলীপ কুমাৰ দত্তই

❓প্ৰথম অসমীয়া অনূদিত গ্ৰন্থখনৰ নাম কি

🟰 যাত্ৰি কৰ যাত্ৰা

❓ ' চি - য়ু-কি ' নামৰ পুথি খন কোনে ৰচনা কৰিছিল

🟰 হিউমেন চাং

❓গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন

🟰 ড° সতেন্দ্ৰ নাথ শৰ্মা

❓ শিৱসাগৰ তলাতল ঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল

🟰১৭৬৫ চনত

❓ৰংঘৰ কোনে সাজিছিল

🟰 প্ৰমত্ত সিংহই

❓কিমান চনত ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল

🟰 ১৭৪স্বাধীনতা

❓স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল

🟰হৰেশ্বৰ গোস্বামী

❓অসমৰ প্ৰথম ব্ৰিটিছ chif কমিছনাৰ কোন আছিল

🟰 কলোনেল কিটিং

❓অসমৰ প্ৰথম ৰাজ্য পাল কোন আছিল

🟰 আকবৰ

❓অসমৰ গড় তাপমাত্ৰা কিমান

🟰 ৩০° ছেলছিয়াছ আৰু সৰ্বনিম্ন ১০° ছেল ছিয়াছ

❓অসমৰ মৰা পাটৰ কাৰখানা কত আছে

🟰 শিলঘাটত

❓অসমৰ সাৰ কাৰখানা কত আছে

🟰নামৰূপত

❓অসম সমুদ্ৰ - পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত

🟰 ৭৯.৫ মি:

❓ গুৱাহটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত

🟰দক্ষিণে

❓অসমৰ মুঠ মাটি কালি কিমান

🟰৭৮.৪৩৮ বৰ্গ কি : মি

❓অসমৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান

🟰১২৬ খন

❓অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল

🟰নৱম দশম শতিকাত

❓কোন গৰাকী কবিৰ কবিতা আধুনিক অসমীয়া কবিতাৰ আৰম্ভণি বুলি কোৱা হয়

🟰 চন্দ্ৰকুমাৰ আগৱালা

❓বৰ্তমানেও প্ৰচলিত অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোন খন

🟰 জনমভূমি

❓প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি

🟰 ৰুক্মিণী হৰণ

❓অসমৰ ৰাজ্যিক বৃক্ষ কি

🟰 হলং

❓কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ মাটিকালি কিমান

🟰৪৩০ বৰ্গ কিলোমিটাৰ

❓CTC ৰ সম্পূৰ্ণ নামটো কি

🟰 Cutting tiyaring and carling ( কাতিং , তিয়াৰিং, কাৰলিং ,

❓গুৱাহাটীত প্ৰথম ব্ৰড গজ কেতিয়া স্থাপন হৈছিল

🟰 ১৯৮৪ চনৰ ২৪ এপ্ৰিলত

❓অসমৰ চিমেণ্ট কাৰখানা কত হৈছিল

🟰 বোকাজান ত

❓বন স্পতি ঘিউ অসমৰ কোন ঠাইত তৈয়াৰ কৰা হয়

🟰 আমিনগাওত



🟡 ভাৰতবৰ্ষৰ দীৰ্ঘতম নদীখনৰ নাম কি

🟰 গংগা

🟡 হিমাচল প্ৰদেশৰ কোন খন ঠাই ' ঈশ্বৰৰ উপত্যকা '( valley of the god ) হিচাপে জনাজাত

🟰 কুলু

🟡 প্ৰথম লোকসভা কিমান চনত গঠন কৰা হৈছিল ?

🟰১৯৫২ চনৰ ১৭ এপ্ৰিলত

🟡 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল

🟰 পণ্ডিত জৱাহৰাল নেহৰু

🟡 প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল

🟰১৯৫২ চনত

🟡 ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি

🟰 জন গণ মন

🟡 গৌতম বুদ্ধই কিমান বছৰ ধৰ্ম প্ৰচাৰ কৰিছিল

🟰৪৫ বছৰ

🟡 অসমৰ ডিগবৈত কোনবিধ খনিজ সম্পদ পোৱা যায়

🟰তেল

🟡 কর্ণাটকৰ কোলাৰ খনিবোৰ কিহৰ কাৰণে বিখ্যাত

🟰 সোণ ( gold )

🟡 বাচন - বৰ্তন প্ৰস্তুতকৰণ ত ব্যৱহৃত খনিজ ধাতুবিধৰ নাম কব পাৰিবানে

🟰 কপাৰ

🟡 ` পদ্মশ্ৰী 'বঁটাৰে সন্মানিত হোৱা প্ৰথম খেলুৱৈ জন কোন

🟰 গোষ্ট পাল

🟡 মহিলাৰ বিশ্বকাপ ক্ৰিকেট কেতিয়া আৰম্ভ হৈছিল

🟰 ১৯৭৩

🟡 অৰ্জুন বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন

🟰 ছালিম ডুৰাণী

🟡 হকী বল এটাৰ ওজন কিমান

🟰 ৫৩/৪ আউন্স

🟡 কোন চনত ভাৰতে হকীত প্ৰথমবাৰ অলিম্পিক স্বৰ্ণপদক লাভ কৰিছিল

🟰১৯২৮ চনত

🟡 এটা হকী দলত সৰ্বমুঠ কিমানজন খেলুৱৈ থাকে

🟰১১ জন

🟡 বুকাৰ বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় সাহিত্য গৰাকী কোন

🟰অৰুন্ধতী ৰয়

🟡 ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ ৰ নাম কি

🟰 লতা মঙ্গেশকাৰ

Address

Nagaon
Q2344

Website

Alerts

Be the first to know and let us send you an email when Uttarbisari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share