News North East Assam

News North East Assam It is a New News channel .we shall post Impartial News in favour of the public. Monetize

02/07/2025

বিলাসী পাৰাৰ গুটি পাৰা এমিই, তথা ঢালা পাৰা পাব্লিক স্কুলত বিনামূলীয়া পাঠ দান শিবিৰ মুকলি।

30/06/2025

প্ৰধানমন্ত্ৰী আবাস যোজনা (PMAY) আচঁনিৰ সুবিধা পোৱা নিলামবৰ নিৰ্মুলিয়া নামৰ এজন অন্ধ ব্যক্তিৰ ঘৰ সম্পূৰ্ণ নোহোৱাত ক্ষুভ উজাৰিলে লোক জনে।

27/06/2025

মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ সৰবৰাহ বিৰোধী দিৱস পালন।

22/06/2025

"আমাৰ ধিং ড্ৰাগছ মুক্ত ধিং"
আজি ধিঙ নিয়ন্ত্ৰিত বজাৰ প্ৰাঙ্গণত ধিং থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু TLT Foundation ৰ সহযোগত ড্ৰাগছ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়।

22/06/2025

লাহৰিঘাট বৰখাবলৰ এজন বৃদ্ধ নিৰুদ্দেশ।।
লাহৰিঘাট থানাৰ অন্তৰ্গত বৰখাবলৰ এজন বৃদ্ধ নিৰুদ্দেশ
যোগাযোগৰ নম্বৰ 8137022837

19/06/2025
২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা লাভ কৰেসুৰেন্দ্ৰ মোহন দাসে
18/06/2025

২০২৫ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা লাভ কৰে
সুৰেন্দ্ৰ মোহন দাসে

17/06/2025

মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিশু শ্ৰমিক, মাদক দ্ৰব্য নিবাৰণ, বাল্য বিবাহ ৰোধৰ সজাগতা সভা।

17/06/2025

.উচ্ছেদ অভিযানকলৈ এইবাৰ মূখ খুলিছে নিখিল ভাৰত কৃষক সভা (AIKS)ৰ অসম ৰাজ্য পৰিষদৰ কাৰ্যকৰী সভাপতি।।

16/06/2025

Slug.নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ
NASSPৰ বিলাসী পাৰা জিলা কমিটি গঠন।।

15/06/2025

বিলাসী পাৰাৰ, গুটিপাৰা গাওঁ পঞ্চায়তত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ
NASSPৰ কমিটি গঠন।।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when News North East Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share