R Live24

R Live24 Fast Update News
(1)

04/09/2026

জুৰীয়াৰ আদাখুন্দা গাঁৱত উত্তপ্ত পৰিস্থিতি। পৰকীয়া প্ৰেমৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা।

03/09/2026

বিগত একমাহে কৃত্ৰিম বানৰ কবলত চামগুৰি সমষ্টিৰ খাটোৱালৰ এটা অঞ্চল।

কৃত্ৰিম বানৰত কবলত পৰি একমাহে জলবন্ধি হৈ পৰিছে ৩০০তকৈ অধিক পৰিয়ালৰ লোক ১৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বোকাপানী গছকি বিপদশংকুল ভাৱে বিদ্যালয়লৈ অহা কৰিছে

এইজন নতুন নগাঁও জিলা আয়ুক্ত আৰণ্যক শইকীয়াই
03/09/2026

এইজন নতুন নগাঁও জিলা আয়ুক্ত আৰণ্যক শইকীয়াই

নগাঁও জিলাৰ আয়ুক্ত পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ দেৱাশীষ শৰ্মাৰস্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে দেৱাশীষ শৰ্মাই
03/09/2026

নগাঁও জিলাৰ আয়ুক্ত পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ দেৱাশীষ শৰ্মাৰ

স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে দেৱাশীষ শৰ্মাই

03/09/2026

নগাঁৱৰ বিশিষ্ট সমাজ সেৱক প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ জনাজা নামাজত জনসমূদ্ৰ।

03/09/2026

এৰাসুঁতি বেদখলমুক্ত কৰাত কঠোৰ ৰূপহী প্ৰশাসন, ৯০% এতিয়াও বাকী

নগাঁও জিলাৰ জুৰীয়াৰ ঐতিহাসিক এৰাসুঁতি অৱশেষত বেদখলমুক্ত হোৱাৰ দিশে।

03/09/2026

জুৰীয়াত কৃত্ৰিম বানৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী সমদল
নগাঁও জিলাৰ জুৰীয়াত কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ। ধাৰাবাহিক বৰষুণৰ ফলত জুৰীয়াৰ উত্তৰ অঞ্চলৰ কেইবাটাও স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানৰ পৰিস্থিতি। ফলত ব্যাহত হৈছে সাধাৰণ জনজীৱন আৰু ছাত্ৰ-ছাত্ৰীৰ যাতায়াত

সৰ্বভাৰতীয় NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও চহৰৰ পানীগাওঁ চাৰিআলিৰ ৰাজবীৰ বৰাই।
03/09/2026

সৰ্বভাৰতীয় NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও চহৰৰ পানীগাওঁ চাৰিআলিৰ ৰাজবীৰ বৰাই।

02/09/2026

বিলাসী পাৰাৰ গুটি পাৰা পি এম শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ ব্যাপক অনিয়ম।

02/09/2026

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ দেহাবসান।

Address

Kasokhaity
Nagaon
782140

Alerts

Be the first to know and let us send you an email when R Live24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to R Live24:

Shortcuts

Share