Kachua Khabar

Kachua Khabar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kachua Khabar, Media/News Company, Nagaon.

29/04/2025
31/03/2025

কচুৱাৰ বৰপানী জুৰিৰপাৰ ঈদগাহ ময়দানত ঈদ উল ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন।

14/02/2025

☪️কচুৱাৰ শিঙিমাৰী বজাৰ মাৰ্কাজ মছজিদত পবিত্ৰ ৰমজান মাহ উপলক্ষে ৪০ দিনীয়া এতেকাফ অহা ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ।

10/02/2025

☪️বহু অপেক্ষাৰ অন্তত কচুৱাৰ বিশাল ইস্তেমাৰ দোৱাৰ সময় ঘোষণা।
☪️তিনিদিয়াকৈ অনুষ্ঠিত হোৱা এই বিশাল ইস্তেমাৰ আজি দ্বিতীয় দিন।
☪️মধ্য অসমৰ ৯ খন জিলাক সামৰি অনুষ্ঠিত হৈছে এই বিশাল ইস্তেমা।
☪️অহাকালি কচুৱাত অনুষ্ঠিত হোৱা এই ইস্তেমাৰ অন্তিম দিন।
☪️অন্তিম দিনটোত লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে একেলগে কৰিব দোৱা।
☪️১১ তাৰিখ অৰ্থাৎ অহা কালি পুৱা ১১ বজাত অনুষ্ঠিত হব এই বৃহত দোৱা অনুষ্ঠান।
☪️ইতিমধ্যে কচুৱাৰ এই বিশাল ইস্তেমালৈ কেবাজনো বিশিষ্ট অতিথি আহি উপস্থিত হৈছে।

28/01/2025

কচুৱাৰ ৰজাগাৱঁত যুৱ দৰ্শন ক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান।

26/01/2025

সোমবাৰে কচুৱাৰ জুৰিৰপাৰ পাঞ্জাখানাস্থিত জুৰিৰপাৰ নুৰানিয়া ইছলামীয়া আৰবীয়া মাদ্ৰাছাৰ সৌজন্যত ১৫ বাৰ্ষিক আৰু প্ৰথম দস্তৰবন্বী উপলক্ষে দ্বিনী জলছাহৰ আয়োজন।

09/01/2025

নগাঁৱৰ কচুৱা তিনিআলি বজাৰৰ এখন ব্যৱসায় প্ৰতিষ্ঠানত অগ্নিকাণ্ড।

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ বাবে আশা...
08/01/2025

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ বাবে আশাবাদী প্ৰাৰ্থী আজিজুল হক।সমূহ ৰাইজৰ সহায়-সহযোগিতা আৰু দোৱা আৰ্শীবাদ আন্তৰিকতাৰে কামনা কৰিছে।

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা (কাউন্সিলাৰ...
07/01/2025

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা (কাউন্সিলাৰ)পদৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী এলফি চুলতানা। সমূহ ৰাইজৰ সহায়-সহযোগিতা আৰু দোৱা আৰ্শীবাদ আন্তৰিকতাৰে কামনা কৰিছে।

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা পদৰ বাবে প্...
06/01/2025

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী খালেদা জীয়া (স্বামী শ্বৰিফুল ইছলাম)সমূহ ৰাইজৰ সহায়-সহযোগিতা আৰু দোৱা আৰ্শীবাদ আন্তৰিকতাৰে কামনা কৰিছে।

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ বাবে আশা...
06/01/2025

ৰাইজৰ দোৱা আৰু আৰ্শীবাদ বিচাৰি আগন্তুক পঞ্চায়ত নির্বাচনত জুৰিৰপাৰ নিউ গাওঁ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পদৰ বাবে আশাবাদী প্ৰাৰ্থী ফেৰদৌচ আহমেদ।সমূহ ৰাইজৰ সহায়-সহযোগিতা আৰু দোৱা আৰ্শীবাদ আন্তৰিকতাৰে কামনা কৰিছে।

Address

Nagaon
782426

Telephone

+918638228092

Website

Alerts

Be the first to know and let us send you an email when Kachua Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kachua Khabar:

Share