
22/09/2025
মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়,হৃদয়ৰ পৰা কৰা সম্পৰ্ক,শ্মশানলৈকে লগত থাকে ।
মই আজি নিৰূপায় , তোমাক পাবও নোৱাৰোঁ , হেৰুৱাবও নোখোজে ।
তাই কৈছিল "মনত ৰাখিবা জানোঁ ।" মই ভাবিছিলোঁ "পাহৰিব পাৰিম জানোঁ ।"
তুমি মোৰ পৰা যিমানেই দূৰত আঁতৰি নোযোৱা কিয় মই তোমাক কেতিয়াও পাহৰি যাব নোৱাৰো, কাৰণ মই তোমাক চিৰদিনৰ বাবে হৃদয়ত ঠাই দিছিলোঁ।
I miss you Zubeen da 😔 🥹