Assam Express 24

Assam Express 24 News and media company

28/05/2026

📌ঈদৰ দিনাই নগাঁৱৰ বেঙেনাআটি অঘটন।
📌নগাঁও চহৰৰ আমিন পট্টিৰ এজন যুৱক বেঙেনাআটিত বন্ধুৰ ঘৰত ফুৰিবলৈ আহি আকষ্মিক মৃত্যুক আকুৱালি লয়।

28/05/2026

📌চলন্ত ৰে'লৰ ভিতৰত অস্বাভাৱিক দৃশ্য। ৰে'লৰ ডবাত চিংৰাৰ ওপৰত ভৰি থৈ বহি থকা এজন ব্যৱসায়ীৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

28/05/2026

📌নিশা উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰৰ পৰা নকল সোণৰ নাওসহ এজন লোক আটক।
📌নকল সোণ খিনিৰ ওজন ৫ কেজি ৯৭০ গ্ৰাম।
📌লোকজনৰ পৰা নগদ ৮৪ হাজাৰ টকা আৰু এটা মোবাইল ফোন জ*ব্দ কৰিছে আৰক্ষীয়ে।
📌আটক কৰা লোকজন গোৰেশ্বৰৰ মোস্তাকিন ওৰফে ৰফিকুল ইছলাম।

28/05/2026

📌ঈদত বহু ইছলামধৰ্মী লোকে কোৰবানি পৰিহাৰ কৰা সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

28/05/2026

📌সম নাগৰিক সংহিতাৰ আৰম্ভণিও বিশ্বনবী হজৰত মহম্মদৰ শিক্ষাৰ পৰাই আৰম্ভ হৈছে।

28/05/2026

📌নগাঁও জিলাত পবিত্ৰ ঈদ-উল-আজহা উদযাপনঃ সমূহীয়া নামাজ, বিশ্ব শান্তিৰ বাবে বিশেষ প্ৰাৰ্থনা

27/05/2026

📌বিধানসভাত অখিল গগৈক ঐ মিঞাৰ দালাল, চুমা বাবা কোনে সম্বোধন কৰিলে ?

27/05/2026

📌নগাঁও মৰিকলং চাৰিখুঁটিত গো মাংসৰ ৰমৰমীয়া বেহা
📌একাংশ অসাধু ব্যৱসায়ীয়ে ঘৰৰ ভিতৰতে চলাইছে গো মাংসৰ ৰমৰমীয়া বেহা

27/05/2026

📌শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাকক্ষত সংবাদমেল ।
📌শিৱসাগৰ নাজিৰা মাদুৰী ম'লা গাঁৱত যোৱা সোমবাৰে আৰক্ষী আৰু সন্দেহজনক আলফা স্বাধীনৰ সদস্যৰ মাজত হোৱা গুলীচালনা সন্দৰ্ভত সংবাদমেল সম্বোধন।
📌IGP (ER) সত্যৰাজ হাজৰিকাৰ সংবাদমেল সম্বোধন ।

27/05/2026

📌'UCC বহু আগতেই আহিব লাগিছিল'
📌UCCক লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য

27/05/2026

📌চৰাইদেউৰ কানু চাহ বাগিচাৰ ফেক্টৰীত অঘটন ।
📌শ্ৰমিকৰ জীৱনক লৈ চৰম হেতালি বাগিচাখনৰ ফেক্টৰী দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ্যৰ ।

Address

Dimoruguri
Nagaon
782003

Alerts

Be the first to know and let us send you an email when Assam Express 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Express 24:

Share