Pinki Moni Hazarika

Pinki Moni Hazarika Digital content creator and makeup artist.Contact for makeup learning.

14/11/2025

জীৱন মানেই সুখ দূখ
কেতিয়াবা হাঁহি আৰু কেতিয়াবা কান্দোন

16/10/2025

02/10/2025

Beautiful Nature ❤️

28/09/2025

নিশাৰ নীৰৱতাত
তোমাৰ হাঁহিৰে ফুলে মন,
চিৰদিন হৃদয়ত
তুমি মোৰ প্ৰেমৰ জোন। 🌙💖 Pinki✍️

27/09/2025

🌸 "দিব্য আৰু পিংকী"ৰ প্ৰেমৰ গল্প 🌸

গাঁওখনৰ চৌদিশে ৰঙীন ফুলেৰে ভৰা পথৰ পৰা আৰম্ভ হৈছিল দিব্য আৰু পিংকীৰ কাহিনী।
প্ৰথমবাৰ দুয়োৰে দেখা হৈছিল একপি photo ত । পিংকীৰ চকুত আছিল মৰম লগা আলসুৱা চাৱনি,
আৰু দিব্যৰ হাঁহিত জোনাকৰ উজ্জ্বলতা।

দিনে দিনে দুয়োৰে কথা, হাঁহি - ধেমালি বোৰ আৰু গোপন অনুভূতি বোৰ গঢ় লৈ উঠিল।
এদিন দিব্য ই সাহস কৰি ক’লে —
“পিংকী, মই তোমাক জোনাকৰ দৰে মৰম কৰোঁ,
তুমি মোৰ জীৱনৰ একমাত্ৰ সপোন।”

লগে লগে পিংকীৰ চকুত পানী নিগৰি আহিব ধৰিছে। সি মাথোঁ ক’লে —
“তোমাৰ হাতত হাত ধৰি থাকিবলৈ মই সাজু,
যেতিয়া লৈকে মোৰ উশাহ টো আছে।”

তেওঁলোকৰ প্ৰেমত কোনো বাধা অহা নাছিল।
জীৱনৰ সৰু সৰু সুখত দুয়োয়ে একে সুৰৰ গান গাইছিল।
পিংকীৰ হাঁহি দিব্যৰ জীৱনৰ শক্তি হৈছিল,
আৰু দিব্যৰ মৰম পিংকীৰ প্ৰাণৰ নিশ্বাস।

তেওঁলোকৰ প্ৰেমৰ কাহিনী গাঁওখনত সকলো মানুহৰ মুখে মুখে জনাজাত হ’ল।
যেনে জোনাক আৰু তৰা 🫶
তেনে দিব্য আৰু পিংকী ❤️
লাহে লাহে তেওঁলোকৰ প্ৰেম গভীৰ হ'বলৈ ধৰিলে আৰু
এজন আনজনৰ পৰা কেতিয়াও আঁতৰি থাকিব নোৱাৰা হ'ল। শেষত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।

❤️দিব্য আৰু পিংকীৰ প্ৰেমে সফলতা লাভ কৰিলে ❤️

---

22/09/2025

মোৰ এটা সৰু অনুৰোধ Himanta Biswa Sarma ডাঙৰীয়া লৈ ..Zubeen দাক Postmortem কৰা সময়ত zubeen অনুৰাগী দুজন মানক লগত থাকিব দিব লাগে। 💔😭😭😭

Address

37
Nagaon
782001

Telephone

+917002327528

Website

Alerts

Be the first to know and let us send you an email when Pinki Moni Hazarika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pinki Moni Hazarika:

Share