IVBharat ASOM

IVBharat ASOM WE ARE WITH YOUR VOICES

25/04/2024

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন নগাওঁ জিলা কাৰ্যালয়ত উপস্থিত নগাওঁ লোকসভাৰ মনোনীত প্ৰাৰ্থী শান্তনু মুখাৰ্জী।

08/04/2024

আমাবাগনত প্ৰতিষ্ঠিত হৈছে ব্যক্তিগত খণ্ডৰ Wisdom Public school

*আজিৰে পৰা আৰম্ভ হৈছে পাঠদান।
*ছাত্ৰ-ছাত্ৰীৰ অহা যোৱাৰ বাবে দুখন বাছ উপলব্ধ স্কুল খনত।

06/04/2024

বাঙালী ফেডাৰেচনৰ নগাওঁ জিলা কাৰ্য্যালয়ত উপস্থিত ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ BGP ৰ মনোনীত প্ৰাৰ্থী শ্ৰী যুত শৈলেন চন্দ্ৰ মালাকাৰ ।

01/02/2024

*মঙ্গল বাৰে লাওঁখোৱ গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত অনুষ্ঠিত হৈছে এই সভা।
*ভাৰতক শক্তিশালী ৰাষ্ট্ৰ গঢ়াত সহযোগ কৰাৰ সংকল্প।
*ভাৰতীয় জনতা পাৰ্টীৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ পৰিকল্পনা।
#বিজেপি

29/01/2024

২৬ জানুৱাৰী ২০২৪ তাৰিখে বাঙালী ফেডাৰেচনৰ নগাঁও জিলা সমিতি আৰু কলিয়াবৰ মহাবিদ্যালয় শাখা সমিতিয়ে কাৱৈমাৰী এফ.আৰ.ইউত ফলমূল বিতৰণ কৰে।

25/01/2024

*সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নগাওঁ জিলা সমিতিৰ সৌজন্য বিভিন্ন সংগঠনৰ সহযোগত সুনাজুৰিৰ আঞ্জুকপানীত ১২৭ তম্ নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন।
*দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে নেতাজীৰ জন্মজয়ন্তী।
*মুখ্য অথিতি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা।

20/01/2024

*আমবাগান টুবুকিজাৰণী‌ গীতা মন্দিৰ প্ৰাংগনত অসম খন পৰিষদ দলৰ সাধাৰণ সভা।
*অসম গণ পৰিষদ দলৰ নগাওঁ জিলাৰ সভাপতি শ্ৰী যুত মনি মাধৱ মহন্তৰ উপস্থিত বহু কেইজন লোকে আনুষ্ঠানিক ভাবে অগপ ত যোগদান কৰে।

06/01/2024

*গুৱাহাটী ববৰ্ষাপৰত বাঙালী ফেডাৰেচনৰ নতুন কাৰ্যালয় উদ্বোধন।
*বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ID ফিল্ম নিৰ্মাতা দীপক দাস।

16/12/2023

*বাল্য বিবাহ আৰু মাদকদ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
*পূব লাইলুৰি দাস পাৰাৰ মহিলা সকলে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।

09/12/2023

*চামগুৰি কনুৱামাৰিত দুধৰ দুই শিশুক থৈ অকাল মৃত্যু মাতৃৰ।
*হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাত পৰলোক প্ৰাপ্তি মমতা সুত্ৰধৰ বিশ্বাস।
*সমাজ সেৱিকাৰ লগতে বাঙালী ফেডাৰেচনৰ কনুৱামাৰি আঞ্চলিক মহিলা সমিতিৰ সম্পাদিকা আছিল মমতা সুত্ৰধৰ বিশ্বাস।
*তাইৰ অকাল মৃত্যুত স্থানীয় ৰাইজ আৰু বাঙালী ফেডাৰেচনৰ কৰ্মী মৰ্মাহত।

06/12/2023

*দিছপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হৈছে জয়দীপ মুখাৰ্জীৰ গ্ৰন্থ Cheka The Road of Bones
*গ্ৰন্থ খনি উন্মোচন কৰে সাহিত্য একাডেমি বঁটা বিজয়ী ড° জয়শ্ৰী গোস্বামী মহন্তই।
*জ্যেষ্ঠ সাংবাদিক মানস বেনাৰ্জীকে সভা খনত উপস্থিত থাকে।

06/12/2023

*অহা ১৫ ডিচেম্বৰত ছবি গৃহত মুক্তি লাভ কৰিব বহু চৰ্চিত ID বাংলা ছবি।
*লিখক, প্ৰডিওচাৰ আৰু ডিৰেক্টৰ দীপক দাসে নিৰ্মাণ কৰি উলিয়াইছে ID ছবি খন।
*অসমৰ NRC প্ৰসংগই স্থান পাইছে ছবি খনত।

Address

Ambagan
Nagaon
782120

Alerts

Be the first to know and let us send you an email when IVBharat ASOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to IVBharat ASOM:

Share