AN News

AN News Online News Portal In Assamese

05/09/2026

হাজোৰ আৰক্ষীৰ জালত দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
হাজো আৰক্ষীৰ জালত পৰিছে এগৰাকী দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী।

05/09/2026

04/09/2026

■ ৰামদিয়াত শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী মহোৎসৱত উখল-মাখল পৰিবেশ

04/09/2026

বিগত একমাহে কৃত্ৰিম বানৰ কবলত চামগুৰি সমষ্টিৰ খাটোৱালৰ এটা অঞ্চল।

04/09/2026

আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ব ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী।

03/09/2026

সৰ্বভাৰতীয় NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰূপহীহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰূপহী তিনিআলিৰ এছ. মিনহাজ উদ্দীনে।

03/09/2026

আলোকৰে যাত্ৰাৰ উদ্যোগত বঙাইগাওঁ জিলাৰ অন্তৰ্গত বইটামাৰীত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী চপला দেবীৰ গৃহত বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি এক সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

03/09/2026

চাপৰৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মূখত পেলনীয়া দুৰ্গন্ধময় জাবৰৰ দম। পেলনীয়া জাবৰৰ দম ৰাখি পৌৰসভাৰ চাফাই কৰ্মীৰ এই প্ৰতিবাদ।

03/09/2026

■ ৰামদিয়াত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

03/09/2026

লাহৰীঘাটৰ ভূৰাগাঁৱত আছুৰ শৱযাত্ৰা কাৰ্যসূচী৷
খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ বিৰুদ্ধে আছুৰ এই প্ৰতিবাদী কাৰ্যসূচী৷

Address

Arabari, Lachitpur
Nagaon
782001

Alerts

Be the first to know and let us send you an email when AN News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AN News:

Shortcuts

Share