Middle Assam

Middle Assam please follow this channel
মন খারাব থাকলে আমাদের ভিডিও দেখুন আর হাসোন মন ভালো হয়ে যাবে 100%বিনোদ

09/07/2025
08/04/2025

😭এই মানুষটা হারিয়ে গেছে কেও যদি চিনেন তাইলে এই নাম্বার যুগাযুগ করে আর সবাই ভিডিও টা বেসি করে share koren 😭 7635950566

08/04/2025

ঘুমের ঘরে স্বপ্নে দেখি প্রাণ বন্ধুয়া না ঘুমায় ❤️🫶

07/04/2025

ও মুরশিদ ও

06/04/2025

12 মাসে তেরো ফুল ফুটে গুয়ালপরিয়া গান

05/04/2025

Guwalporia song

04/04/2025

চিকন চাকন মানজা তুলে গানের তালে তালে 🎙️🎸

13/03/2025

যোৱা ইংৰাজী ১০/০৩/২০২৫ তাৰিখে

কাৱৈমাৰী ছলছলি ব্যৱসায়ী সন্থাৰ

সন্মানীয় উপদেষ্টা শ্রী লক্ষী প্রসাদ দেউৰী

(দ্বীপমনি) ৰ একমাত্র ভতিজা ধীৰাজ

দেউৰী দূৰ্ঘটনাত পতিত হৈ ৰাজস্থানত

মৃত্যু হয়। আজি ইংৰাজী ১৩/০৩/২০২৫

তাৰিখ বৃহস্পতিবাৰে ধীৰাজ দেউৰীৰ

নশ্বৰ দেহ নিজ গৃহত আহি পাব আৰু

আজিয়েই শেষকৃত্য সম্পন্ন কৰা হব।

স্বর্গীয় ধীৰাজ দেউৰী এজন মৰমীয়াল,

অমায়িক, নম্র, ভদ্ৰ আৰু সৰবৰহি

যুৱক আছিল। তেখেতৰ অকাল মৃত্যুত

আমি কাৱৈমাৰী ছলছলি ব্যৱসায়ী

সন্থা অতিকৈ আবেগিক আৰু মর্মাহত

হৈছো। কাৱৈমাৰী ছলছলি ব্যৱসায়ী

সন্থাৰ তৰফৰ পৰা গভীৰ শোক আৰু

শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়াল

বর্গলৈ সমবেদনা জ্ঞাপন কৰি সন্থাৰ

অন্তর্ভুক্ত সকলো দোকান বজাৰ পুৱা ৬

বজাৰ পৰা ১ বজালৈ সম্পূৰ্ণ বন্ধ ৰখাৰ

সিদ্ধান্ত গ্রহণ কৰিছো। স্বর্গীয় ধীৰাজ

দেউৰীৰ পূণ্যাত্মা যতে থাকক চিৰ

শান্তিত থাকক তাকে কামনা কৰিলো।

08/01/2025

All best funny video

05/12/2024

বাবার মন্ত্র উলটা ওয়াছে 😳

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Middle Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Middle Assam:

Share