Juria Talks

Juria Talks news /এন্টাৰটেইনমেন্ট
(1)

26/06/2025

বাংলা বিনোদন নম্বৰ--২
প্ৰতেক দিন একটা কৰে কমিডি বিডিঅ দিব বিউৰাছৰ মনোৰঞ্জন বাবে কমেন্ট দিবেন FAN*K COMEDY WORNER ৰ পৰা চুক্তি কৰি লোৱা হৈছে পু*ৰ*নি বিডি*অ।

25/06/2025

বাংলা বিনোদন নম্বৰ--১
প্ৰতেক দিন একটা কৰে কমিডি বিডিঅ দিব বিউৰাছৰ মনোৰঞ্জন বাবে কমেন্ট দিবেন FAN*K COMEDY WORNER ৰ পৰা চুক্তি কৰি লোৱা হৈছে পু*ৰ*নি বিডি*অ।

16/06/2025

জুৰীয়াৰ বৰনগুৰী গাঁওৰ আলী হুছেইন নামৰ ৬৫ বছৰৰীয়া এজন বিদ্ধ নিৰুদ্দেশ ।

16/06/2025

ৰূপহীহাটৰ জুৰীয়াত ভয়াৱহ পথ দুৰ্ঘটন

পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক

নিহত হোৱা যুৱকজন কাৱৈমাৰীৰ ৰাহুল বুলি জানিব পৰা গৈছে

জুৰীয়াৰ চামধৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনা

তীব্ৰবেগী বাইকৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা

এজনৰ অৱস্থা অতি সংকটজনক হোৱাত নগাঁও লৈ প্ৰেৰণ কৰে

দুৰ্ঘটনাত পতিত হোৱা বাইক খনৰ নম্বৰ AS 02 K2690

জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে

13/06/2025

জুৰীয়াত ঈদ মেহফিলত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী ৰুনুমণী বেগম।

জুৰীয়াত বৰষুণৰ মাজতে ঈদৰ নামাজ অনুষ্ঠিত। 🛑জুৰীয়া আঞ্চলিক ঈদগাহ ময়দানত ৬,৩০ বজাত শ শ পুৰুষ মহিলাৰ উপস্থিতিত ঈদ উল আজাহ...
07/06/2025

জুৰীয়াত বৰষুণৰ মাজতে ঈদৰ নামাজ অনুষ্ঠিত।
🛑জুৰীয়া আঞ্চলিক ঈদগাহ ময়দানত ৬,৩০ বজাত শ শ পুৰুষ মহিলাৰ উপস্থিতিত ঈদ উল আজাহাৰৰ নামাজ অনুষ্ঠিত হয়।
🛑 জুৰীয়া দাৰুল উলুম মাদ্ৰাছাৰ অধক্ষ্য আব্দুলা মাদানীয়ে নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে।

01/06/2025
28/05/2025

শৃংখল চলিয়াৰ বিৰুদ্ধে সৰৱ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ।

27/05/2025

জুৰীয়াৰ যুৱক কেৰেলাত নিৰুদ্দেশ।

অসম  প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি গৌৰৱ গগৈক।
26/05/2025

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি গৌৰৱ গগৈক।

Address

Nagaon
782125

Website

Alerts

Be the first to know and let us send you an email when Juria Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share