LIVE 24 ASSAM

LIVE 24 ASSAM আপোনালোকে চেনেলটু ফলো কৰিব

05/06/2026

পিয়ুখ হাজৰিকাৰ শপত গ্ৰহণ

অসমে আজিৰ দিনটোত সেউজ বিপ্লৱৰ এক ঐতিহাসিক অধ্যায় ৰচনা কৰিলে। মাত্ৰ ৮ ঘণ্টাত ৰাজ্যবাসীয়ে ১.০২ কোটিতকৈও অধিক গছপুলি ৰোপণ ক...
05/06/2026

অসমে আজিৰ দিনটোত সেউজ বিপ্লৱৰ এক ঐতিহাসিক অধ্যায় ৰচনা কৰিলে। মাত্ৰ ৮ ঘণ্টাত ৰাজ্যবাসীয়ে ১.০২ কোটিতকৈও অধিক গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন দৃষ্টান্ত প্ৰতিষ্ঠা কৰিলে। এই মহৎ অভিযানৰ নেতৃত্ব লোৱা আমাৰ অসমৰ আত্মসহায়ক গোটৰ উদ্যমী আইমাতৃ-ভনীসকলে পুনৰ প্ৰমাণ কৰিলে যে সমাজৰ ইতিবাচক পৰিবৰ্তনৰ ক্ষেত্ৰত নাৰীয়ে হৈছে শক্তিশালী চালিকাশক্তি। তেওঁলোকৰ নিষ্ঠা, একাগ্ৰতা আৰু দায়িত্ববোধে অসমৰ সেউজ ভৱিষ্যতৰ ভেটি অধিক সুদৃঢ় কৰি তুলিছে।

এই অভূতপূৰ্ব সফলতাৰ বাবে সকলোলৈকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

04/06/2026

মিঞা নহয় এইবাৰ প্ৰণৱ সোনোৱালে পলুৱাই নিলে শাহুৱেকক। ঘটনা সন্দৰ্ভত মেৰাপানী থানাত এজাহাৰ দাখিল পত্নীৰ

04/06/2026

ৰাজপথৰ মাজেৰে এডাল প্ৰকাণ্ড অজগৰ পাৰ হৈ যোৱাৰ দৃশ্য, কামাখ্যা মন্দিৰলৈ যোৱাৰ পথত ২ জন ব্যক্তিয়ে প্ৰত্যক্ষ কৰে দৃশ্যটো

আকৌ বিয়া আমিৰ খানৰ...
03/06/2026

আকৌ বিয়া আমিৰ খানৰ...


03/06/2026

📌দলং খহি পৰাৰ ভ*য়ং*ক*ৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল

03/06/2026

📌সেনা বাহিনী আৰু security guard ৰ মাজত প্ৰচণ্ড মাৰ*পিত

বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসানগুৱাহাটীত দেহাৱসান অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰদীৰ্ঘদিনে অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ৯৬ বছৰত...
03/06/2026

বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান
গুৱাহাটীত দেহাৱসান অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ
দীৰ্ঘদিনে অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ
৯৬ বছৰত শেষ নিশ্বাস ত্যাগ প্ৰিয়দা গগৈৰ
পুৱা ৬.২০ বজাত মৃত্যু অখিল গগৈৰ মাতৃৰ

02/06/2026

জুৰীয়াৰ ৰিহাব চেন্টাৰত চৰম অৰাজকতা!
নিচামুক্ত হ’বলৈ গৈ যুৱকে পালে ‘তালিবানি’ শাস্তি!
মালিক পক্ষই ভাঙিলে এজনৰ ভৰি, ঘটনা সন্দৰ্ভত দাখিল এজাহাৰ

02/06/2026

উৰাজাহাজৰ বুকুত উঠি বিদেশ ভ্ৰমণত এটা নিগনি..

Address

Nagaon
782426

Alerts

Be the first to know and let us send you an email when LIVE 24 ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share