NewsFlash D24

NewsFlash D24 Our Page Name is NEWS FLASH D24 and I Upload News & Media Videoes

27/07/2025

ধিঙৰ ৬ টাকৈ স্থানত শীঘ্ৰে চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ।

প্ৰায় হাজাৰ বিঘাত চলিব উচ্ছেদ অভিযান ।

27/12/2024

মহাৰজত জয়ন্তীৰ গান.....

22/12/2024

#মহাৰজত_জয়ন্তী
বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়....

20/12/2024

#মহাৰজত_জয়ন্তী
বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
#বিদ্যালয়_সংগীত

🌀 #স্বাভিমান🌀
*২৭-০৮-২০২৪*

কথা : #তাহেৰা_বেগম_বৰা ।
সুৰ : #দীপক_শৰ্মা ।
সংগীত ব্যৱস্থাপনা : #অতুল_চন্দ্ৰ_মহন্ত ।

27/02/2024

ধিঙৰ কেইটামান কৃষকৰ প্ৰদৰ্শনী ক্ষেত্ৰ পৰিদৰ্শন কৰে অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ সহকাৰী উন্নয়ন বিষয়াই ।

19/02/2024

সুতখোৰৰ বিৰুদ্ধে ধিং আৰক্ষীৰ অভিযান ।
ধিং আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা সুতখোৰক ।

11/02/2024

সাংবাদিকে চুৰি কাণ্ড সংঘটিত কৰা দৃশ্য বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ CCTV বন্দী |

06/02/2024

ধিঙত ৰেলে কটা মহিলাৰ মৃতদেহ উদ্ধাৰ ৷

মৃত মহিলা গৰাকী ধিঙৰ শিল্পীনগৰৰ মিতালী দেৱনাথ ৷

24/01/2024

ষষ্ঠ শ্ৰেণীৰ পৰা গনিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমত প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে ।
ইয়াৰ প্ৰতিবাদ স্বৰূপে আজি সমগ্ৰ ৰাজ্যৰ লগতে ধিং আঞ্চলিক ছাত্ৰ সন্থাইয়ো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

23/01/2024

ধিঙত শ্ৰী কৃষ্ণ জুৱেলাৰীৰ নতুন শ্ব'ৰুম মুকলি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমনি নাথে।

22/01/2024

অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ প্ৰাক মূহূৰ্তত ধিঙত উলিওৱা হয় এক বৃহৎ ৰেলী ৷

19/01/2024

মীনপালক সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ABIS IB গ্ৰুপে ৷

Address

Dhing Road (Nagaon Assam)
Nagaon
782123

Telephone

+917002083965

Website

Alerts

Be the first to know and let us send you an email when NewsFlash D24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewsFlash D24:

Share