Ajir বাতৰি 24×7

Ajir বাতৰি 24×7 Welcome to Ajir বাতৰি 24×7 নগাওঁৰ বিভিন্ন খবৰৰ বাবে যোগাযোগ কৰক

17/06/2024

নগাঁৱৰ টাউন ঈদগাহত পৱিত্ৰ ঈদ উল আজাহাৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয়।।

11/06/2024

নগাঁও সদৰ সমষ্টি বিধায়কৰ প্ৰশংসনীয় প্ৰদক্ষেপ।।

11/06/2024

নগাঁৱৰ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।।

University

09/06/2024

⏩নগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৩ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অসম ভাষিক সংখ্যালঘূ উন্নয়ন বৰ্ডে ৰবীন্দ্ৰনাথ ঠাকুৰৰ সংগীত আৰু নৃত্যৰ বাসাই পৰ্ৱ নামৰ এটি অনুষ্ঠানৰ আয়োজন কৰে।

07/06/2024

👉 নগাঁৱৰ ৰূপহীহাটৰ উত্তৰ খাটোৱালত ভয়ংকৰ অগ্নি কাণ্ড ঘটনা সংঘটিত।।

👉উল্লেখ্য যে ফকৰুল ইছলামৰ নামৰ এগৰাকী লোকৰ তামোল ফেক্টৰীত সংগঠিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড

👉দাও-দাও কৈ জুইত জ্বলি এফালৰ পৰা ভস্মীভূত হয় তামোল ফেক্টৰীখন

👉স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাৱক বাহিনীৰ তৎপৰাত জুই নুমাবলৈ সক্ষম হয়

👉অগ্নিকাণ্ড সংগঠিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই

👉অগ্নিকাণ্ডৰ ফলত তামোল ফেক্টৰীৰ কেই
বা লক্ষাধিক টকাৰ সামগ্ৰী জুইত ভস্মীভূত হয়

07/06/2024

⏩ নগাঁৱৰ ৰিফ্ৰেস্কত যোৰহাট লোকসভা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈ উপস্থিত কেতবোৰ মন্তব্য আগবঢ়ায়*

07/06/2024

চামগুৰিত বৃহৎ জয়ৰ পিছত উপস্থিত ৰকিবুল হুছেইন।।

05/06/2024

নগাঁও ৯ নং লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী
হোৱাৰ পিছত নগাঁও ৰাজীৱ উপস্হিত হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া ।।

05/06/2024

নগাঁৱৰ হয়বৰগাঁও আৰ আৰ বি ৰোডত স্থিত উত্তৰণ এজেঞ্চিয়ে লৈ আহিছে নিৱনুৱা যুৱক যুৱতীসকলৰ বাবে সুখবৰ।।

05/06/2024

নগাঁও চিকিৎসা মহাবিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ
কমিউনিটি মেডিচিন বিভাগ আৰু মহিলা চিকিৎসকৰ "প্ৰেৰণা গোটৰ তত্তত্বাৱধানত আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা ৰাইজক উদ্দেশ্যি গছ গছনি কটাৰ ফলত বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰিবৰ কাৰণে নগাঁৱৰ পলাশনি বামুন গাঁৱত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

01/06/2024

নগাঁও জিলাৰ বঢ়মপুৰৰ অন্তৰ্গত চাপানালাৰ ঘাঁচীবস্তি প্ৰাথমিক বিদ্যালয়ত শনিবৰীয়া অকণি বজাৰৰ আয়োজন কৰা হয়।

Address

Nagaon

Telephone

+916002092863

Website

Alerts

Be the first to know and let us send you an email when Ajir বাতৰি 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ajir বাতৰি 24×7:

Share