Manav Jyoti

Manav Jyoti নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই সৰু page টো লৈ স্বাগতম জনালোঁ।

10/08/2025

ক'ত যাবি তই দে চোন চাওঁ 😎😎😀

08/08/2025

একেবাৰে মোৰ ওচৰত নাহিব তই 😎😎😀

05/08/2025

তাকে কৰিবলৈ তোক মই স্কুলত যাবলৈ দিছিলোঁ হা ও 🤭🤭🤔😀😎

05/08/2025

এইটো আকৌ আহিছে এসোপা খাই দিনতে।🤭🤭🤔😂😎

05/08/2025

এইটোৱে আমাৰ দুয়োজনীকে বিছাৰি এয়া পালেহি 😎😎😀🔥

05/08/2025

এইজনী ছোৱালী এনেকৈ টোপনি গ'ল গৈ আছে আকা।🤔🤔🤔🤭

শ্ৰী মতী ❤️❤️🙏
04/08/2025

শ্ৰী মতী ❤️❤️🙏

04/08/2025

আমাৰ জবলাই অজাতি ছোৱালী এজনী আনিলে ঐ ।🤔🤭😎

04/08/2025

ঐ চুনু বা ম'বাইলটো এবাৰ দে চোন গেম এটা খেলোঁ।🤔🤔🤔😎😎

03/08/2025

মোৰ ভাত খোৱাৰ কাঁহী খন কিয় চেপেটা কৰিলি, ঐ কোন আছ গাড়ী ভিতৰত ওলাই আহ।🤭🤭🤭🤭🤔

Address

Nagaon

Website

https://youtu.be/It35YnwjLn4

Alerts

Be the first to know and let us send you an email when Manav Jyoti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share