Markaz Academy Doomdoomia

Markaz Academy Doomdoomia Welcome to Markaz Academy Doomdoomia,Senior secondary school. We provide quality education for our students.

12/05/2026

আজিৰ প্ৰাত:সভাৰ দৃশ্য।


✍️

11/05/2026

Congratulations to all🥰


✍️

07/05/2026

💁‍♂️💁‍♂️💁‍♂️বিজ্ঞাপন (Advertisement)👈👈👈

"মাৰ্কাজ একাডেমী ডুমডুমীয়া,ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত" ৩জন প্ৰাথমিক স্তৰত (LP Section) প্ৰত্যেকটো বিষয়ৰ ওপৰত পাঠদান দিয়াৰ দক্ষতা থকা শিক্ষকৰ প্ৰয়োজন হৈছে।

স্থানঃ বলিকটিয়া(Near Doomdoomia new market) নগাওঁ (অসম)

যোগ্যতা>> স্নাতক ডিগ্ৰী ধাৰীৰ সৈতে দুবছৰীয়া ডিপ্লমা (D.EI.Ed) থাকিব লাগিব। (যদি কোনোবা শিক্ষা অনুষ্ঠানত কমেও দুবছৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকে তেন্তে তেওঁক বিশেষ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব।)

সময় & স্থানঃ সাক্ষাৎ কৰাৰ সময় অহা ০৯/০৫/২৬ তাৰিখ শনিবাৰ পোৱা ১০ বজাত বিদ্যালয়ৰ কাৰ্য্যলয়ত।

যোগাযোগ:
9101175332

ধন্যবাদেৰে
মা: এ: ডু: ছিঃছেঃস্কুল

✍️

03/05/2026



✍️

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত আমাৰ বিদ্যালয়ল তথা এই বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা  #জান্নাতুল_নেহা...
02/05/2026

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত আমাৰ বিদ্যালয়ল তথা এই বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা #জান্নাতুল_নেহাৰ লৈ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ধন্যবাদ।



✍️

        ✍️
01/05/2026



✍️

যোৱাকালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত  সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সৈতে কিছু মুহূৰ্ত।       ✍...
29/04/2026

যোৱাকালি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সৈতে কিছু মুহূৰ্ত।



✍️

28/04/2026

আজিৰ ফলাফলত আমাৰ বিদ্যালয়লৈ ৭১% নম্বৰেৰে এটা বিষয়ত লেটাৰ মাৰ্কৰ সৈতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা বিশেষ ভাৱে সক্ষম ছাত্ৰ (জুনাইদুল ইছলাম)গৰাকীৰ যোৱা Pre-Final পৰীক্ষাত অংশগ্ৰহন কৰাৰ মুহূৰ্ত ✍️ বিশেষ ভাৱে সক্ষম হোৱাৰ বাবে ছাত্ৰ গৰাকীয়ে বেঞ্চত বহাৰ পৰিৱৰ্তে মজিয়াত বস্তা পাৰি পৰীক্ষা দিয়ে।✍️

Address

Balikatia
Nagaon
782122

Website

Alerts

Be the first to know and let us send you an email when Markaz Academy Doomdoomia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Markaz Academy Doomdoomia:

Share