News Today Axom

News Today Axom অসমৰ কণ্ঠ, আপোনাৰ সত্য,
আপোনাৰ খবৰ, আমাৰ দায়িত্ব !
বিশ্বাসৰ আন এটি নাম,
*NEWS TODAY AXOM*

📌পুনৰ বৃদ্ধি পালে চেনিৰ মূল্য📌প্রতিকিলো চেনিত বৃদ্ধি ১৫ টকাকৈ
24/08/2026

📌পুনৰ বৃদ্ধি পালে চেনিৰ মূল্য
📌প্রতিকিলো চেনিত বৃদ্ধি ১৫ টকাকৈ

24/08/2026

আবেগেৰে ভাঙি পৰিল গৰিমা শইকীয়া গাৰ্গ! হেঙুল থিয়েটাৰৰ সেউজ গৃহত হঠাৎ চকুলো ধৰি ৰাখিব নোৱাৰিলে জুবিন গাৰ্গৰ বৌ

24/08/2026

মেঘালয় চৰকাৰক চালক সংস্থাৰ কঠোৰ সকীয়নি, ১০ দিনৰ সময়সীমা

📌মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক কোনে প্রথমে 'মামা' বুলি সম্বোধন কবিছিল?কমেন্ট বক্সত জনাওক 👇📥
23/08/2026

📌মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক কোনে প্রথমে 'মামা' বুলি সম্বোধন কবিছিল?
কমেন্ট বক্সত জনাওক 👇📥

23/08/2026

বানপানীয়ে কাঢ়ি নিলে ঘৰ আৰু প্ৰিয় হাৰমনিয়াম, সুৰৰ মাজত এতিয়া কেৱল সোঁৱৰণ

📌১০ ছেপ্টেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ কেব চালকৰ মাজত হ'ব বৈঠক📌মেঘালয়ৰ পৰিবহণ আয়ুক্তৰ উপস্থিতিত বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান...
23/08/2026

📌১০ ছেপ্টেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ কেব চালকৰ মাজত হ'ব বৈঠক
📌মেঘালয়ৰ পৰিবহণ আয়ুক্তৰ উপস্থিতিত বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত
📌শান্তি ঘূৰাই অনাৰ স্বার্থত বুজাবুজিত উপনীত হৈছে দুয়োখন ৰাজ্য
📌আজিৰে পৰা ১০ ছেপ্টেম্বৰলৈ পূৰ্বৰ দৰেই সকলোৱে চলাচল কৰিব

23/08/2026

শ্বিলঙৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ গুৰুত্বপূৰ্ণ বাৰ্তা, শান্তিৰ বাবে দিলে আহ্বান

23/08/2026

মেঘালয়ত অসমৰ লোকৰ ওপৰত আক্ৰমণ: দুষ্কৃতিকাৰীক উচিত শাস্তিৰ আশ্বাস, ক্ষতিপূৰণক লৈও আলোচনা—অতুল বৰা

22/08/2026

মেঘালয়ত পেট্ৰ’লৰ বাবে হাহাকাৰ! সৰবৰাহ বন্ধ হোৱাৰ পাছতে পাম্পে পাম্পে দীঘলীয়া শাৰী, তীব্ৰ যান-জঁটত মেঘালয়

📌শ্বিলঙৰ পেট্রল পাম্পত ইন্ধনৰ তীব্র নাটনি📌ইন্ধনৰ বাবে হাহাকাৰ মেঘালয়বাসীৰ
22/08/2026

📌শ্বিলঙৰ পেট্রল পাম্পত ইন্ধনৰ তীব্র নাটনি
📌ইন্ধনৰ বাবে হাহাকাৰ মেঘালয়বাসীৰ

Address

Nagaon
Nagaon

Alerts

Be the first to know and let us send you an email when News Today Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share