Kisan Updates

Kisan Updates Kisan Updates লৈ আপোনাক স্বাগতম 🙏
PM Kisan ৰ সকলো ধৰণৰ updates পাই থাকিব

17/08/2025

Fasal Bima Yojana অন্তিম তাৰিখ 20/08/2025
কোনোবাই যদি কৰিব লগীয়া আছে অতি সোনকালেই ওচৰৰ কৃষি বিভাগৰ কাৰ্যালয়ত যোগাযোগ কৰক।

 #মাননীয়  #প্ৰধানমন্ত্ৰী শ্ৰী  #নৰেন্দ্ৰ  #মোদী  #ডাঙৰীয়াই  #অহা 2 আগষ্ট 2025 ৰ দিনৰ 11 বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা...
01/08/2025

#মাননীয় #প্ৰধানমন্ত্ৰী শ্ৰী #নৰেন্দ্ৰ #মোদী #ডাঙৰীয়াই #অহা 2 আগষ্ট 2025 ৰ দিনৰ 11 বজাত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা ,পি এম কিষাণ উৎসৱ দিৱস,কাৰ্যসূচীৰ অংশৰূপে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ বিংশতিতম কিস্তি ভাৰ্চুৱেল মাধ্যমেৰে মুকলি কৰিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ কৃষক তথা ৰাজ্যখনৰ কৃষি কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰিব। বিংশতিতম কিস্তিৰ অধীনত অসমৰ প্ৰায় 20.31 লাখৰো অধিক যোগ্য কৃষক পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে, পি এম কিষান আঁচনি (PM-KISAN) ৰ অধীনত যোগ্য কৃষক পৰিয়ালসমূহলৈ 2000 টকাকৈ তিনিটা কিস্তিত বছৰি 6000 টকা আগবঢ়োৱা হয়।

 ゚viralシ
24/07/2025

゚viralシ

        at     ゚viralシ
15/07/2025

at
゚viralシ

10/07/2025

゚viralシ

09/07/2025


কেতিয়া আহিব পাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২০তম কিস্তি?যোৱা বছৰ পি এম কিষাণ যোজনাৰ কিস্তিও ১৮ জুনত আহিছিল।এনে পৰিস্থিত...
07/07/2025

কেতিয়া আহিব পাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২০তম কিস্তি?
যোৱা বছৰ পি এম কিষাণ যোজনাৰ কিস্তিও ১৮ জুনত আহিছিল।এনে পৰিস্থিতিত এইবাৰো পি এম কিষাণ যোজনাৰ কিস্তি জুন মাহত আহিব পাৰে বুলি আশা কৰা হৈছিল যদিও জুলাই মাহৰ ১ সপ্তাহ পাৰ হৈ গৈছে আৰু ২০তম কিস্তি এতিয়াও অহা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৮ জুলাইত বিহাৰৰ মতিহাৰী ভ্ৰমণলৈ ওলাইছে।এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ পৰা প্ৰধানমন্ত্ৰী কিষানৰ ২০তম কিস্তি মুকলি কৰিব পাৰিব বুলি আশা কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

  of      At
05/07/2025

of
At

    for   Under   2024-25At
03/07/2025

for Under 2024-25
At




           .
05/06/2025

.

27/05/2025

Farmer Registration camp at Bhagamur
26/05/2025

Farmer Registration camp at Bhagamur

Address

Samaguri
Nagaon
782140

Website

Alerts

Be the first to know and let us send you an email when Kisan Updates posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kisan Updates:

Share