Sothik News Axom

Sothik News Axom News Update

27/08/2026

নগাঁৱত শোকাৱহ ঘটনা

Gym কৰি থাকোতেই মৃ*ত্যু নগাঁও মেডিকেল কলেজৰ সহযোগী অধ্যাপক ড° চাহিন ৰহমান

সামূহিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক আছিল ৰহমান

25/08/2026

🛑 অবৈধ ভাৱে ফাৰ্মাচি চলাই থকা সকলৰ বিৰুদ্ধে নগাওঁ জিলাৰ ঔষধ পৰিদৰ্শকৰ অভিযান।

24/08/2026

🛑 চৰকাৰী কালভাৰ্ট বন্ধ কৰা সাৱধান!
🛑 এইবাৰ কঠোৰ জিলা প্ৰশাসন ।

23/08/2026

নগাঁৱৰ ৰূপহী হাটত AIUDF দলৰ ৰক্ষাকৰ্তা হিচাপে আন এজন নেতাৰ আবিৰ্ভাৱ ।

নেতা জনৰ নাম আনুৱাৰ হুছেইন।

নেতা জনে এইবাৰ নগাঁৱত AIUDF দলৰ পৰা উপ নির্বাচন খেলাৰ মন মেলিছে ।

23/08/2026

🛑ৰূপহী হাটৰ কাছখাইটিত নতুন কৈ মুকলি হৈছে Misba Enterprise নামৰ এখন Electronics দোকান ।

20/08/2026

মেঘালয়ৰ ছাত্ৰ সংগঠনৰ অসমৰ গাড়ীত কিদৰে কৰিছে আক্রমণ ।
চাওঁক কেমেৰাত বন্দী হৈছে সমগ্ৰ ঘটনা ।

19/08/2026

🛑 নিশা ৰূপহীহাটৰ ২নং ভাটিয়াখালিত পথ ডকাইতিৰ ঘটনা।
🛑 চাৰিজনীয়া ডকাইতৰ দলে পথ আগুচি ৫০হাজাৰ টকা লুটি নিয়াৰ লগতে প্ৰহাৰ কৰাৰ অভিযোগ।

16/08/2026

🛑 আমবাগান আইডিয়েল ইংলিছ একাডেমীত আশীতম স্বাধীনতা দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে ।

16/08/2026

🛑 স্বাধীনতা দিৱসৰ দিনটোতে আনুষ্ঠানিক ভাৱে মুকলি হল ৰূপহী প্ৰেছ ক্লাৱৰ কাৰ্যালয়।
🛑 এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কলিয়াবৰ সম জিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়াই ফিটা কাটি ৰূপহী প্ৰেছ ক্লাৱ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে।

➡️ গোটেই ভাৰতবাসী তথা অসমবাসী  লৈ সঠিক নিউজ অসমৰ ফালৰপৰা ৮০ তম্ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
14/08/2026

➡️ গোটেই ভাৰতবাসী তথা অসমবাসী লৈ সঠিক নিউজ অসমৰ ফালৰপৰা ৮০ তম্ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Address

Indian
Nagaon
782140

Alerts

Be the first to know and let us send you an email when Sothik News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sothik News Axom:

Shortcuts

Share