Nagaon Live 24

Nagaon Live 24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nagaon Live 24, Digital creator, Nagaon.

19/08/2026

“ADREত নতুনকৈ চাকৰি পোৱা কৰ্মচাৰীসকলে সোনকালে বিয়া পাতিব লাগে
৫টা/৬টা বজাত কাৰ্যালয়ৰ পৰা গুচি যাব লাগে; DCএ ক’লেও ৰ’ব নালাগে...”
ক’লে মুখ্যমন্ত্ৰীয়ে

গৌৰৱৰ বিষয়, Royal Society of Chemistry ত মহচিন খানৰ গৱেষণাৰ পত্ৰ। মহচিন খানলৈ বহুত শুভেচ্ছা, আন্তৰ্জাতিক গৱেষণাৰ সংস্থা ...
13/08/2026

গৌৰৱৰ বিষয়, Royal Society of Chemistry ত মহচিন খানৰ গৱেষণাৰ পত্ৰ।

মহচিন খানলৈ বহুত শুভেচ্ছা, আন্তৰ্জাতিক গৱেষণাৰ সংস্থা American Chemical Society তো আছে মহচিন খানৰ দুখনকৈ গৱেষণাৰ পত্ৰ।


06/08/2026

📌একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহেকত পাব ৮০০ টকা।
📌স্নাতক বৰ্ষৰ ছাত্ৰীয়ে প্ৰতি মাহে পাব ১২৫০ টকাকৈ।
📌স্নাতকোত্তৰ ছাত্ৰীসকলে প্ৰতিমাহে পাব ২৫০০ টকা।
📌নিযুত বাবুৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতি মাহে পাব ১ হাজাৰ টকা
📌স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব ২ হাজাৰকৈ টকা।
📌নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰীৰ।

28/07/2026

📌 '৬ কোটি টকাৰ বান সাহায্য লৈ কাইলৈ উজনিলৈ ৰাওনা হ'ব বিজেপিৰ প্ৰতিনিধি দল'
📌 'বিজেপিৰ কাৰ্যকৰ্তাসকলে সহযোগ কৰি প্ৰায় ১৬ কোটি টকাৰ সাহায্য সামগ্ৰী সংগ্ৰহ কৰিছে'
📌 'বন্যাক্ৰান্ত ৰাইজৰ বাবে ১ লাখ ৭০ হাজাৰ যোৰ চাদৰ-মেখেলা, ১ লাখ ৭০ হাজাৰ টী চাৰ্ট, ডেৰলাখ আঠুৱা প্ৰেৰণ কৰা হ'ব'
📌 সদনত এই ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ

26/07/2026

📌'ফোনযোগে অসমৰ বানপৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰীও'।
📌'বান সাহাৰ্যৰ ক্ষেত্ৰত সহায় কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ'।
📌'ইতিমধ্যে কেন্দ্ৰৰ পৰা অহা পৰ্যবেক্ষণকাৰী দলটো ৰাওনা হৈছে উজনিলৈ'।
📌কেবিনেটত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।

25/07/2026

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে দিল্লীৰ যন্তৰ-মন্তৰত দেখা গ’ল এই পৰিৱেশ...

ষ্টুডেন্ট কেডেট কৰ্পছ (SCC)অসমৰ ২০২৬ বৰ্ষৰ "যুৱ আদৰ্শ বঁটা" আগবঢ়োৱা হ'ল মহচিন খানলৈ।
20/07/2026

ষ্টুডেন্ট কেডেট কৰ্পছ (SCC)অসমৰ ২০২৬ বৰ্ষৰ "যুৱ আদৰ্শ বঁটা" আগবঢ়োৱা হ'ল মহচিন খানলৈ।

13/07/2026

▶️ ৬০০ টকাত দুযোৰ কাপোৰ ক'ত পায়? বিধানসভাত শিক্ষামন্ত্ৰীক প্ৰশ্ন অখিল গগৈৰ। উত্তৰত কি ক'লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

09/07/2026

'অসমত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা পিছপৰি গৈছে'। বিশেষকৈ শিক্ষকৰ সমস্যাৰ বিষয়ে সদনত উত্থাপন কৰিলে বিধায়ক বদৰুদ্দিন আজমলে।

09/07/2026

বিধায়ক বেবী বেগমে চুবুৰীত বিশ্ববিদ্যালয় স্থাপনৰ দাবীৰ পিছতে ধুবুৰীত বিশ্ববিদ্যালয় হ'ব বুলি ঘোষণা মন্ত্ৰী ৰণোজ পেগুৰ

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Nagaon Live 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share