B24 News

B24 News B24 news

আনন্দ মেলা নগাঁও দৃশ্য
30/05/2026

আনন্দ মেলা নগাঁও দৃশ্য

30/05/2026

নগাঁও আনন্দ মেলাত আইচ ক্ৰীম বিক্ৰীৰ লগতে
মনোৰঞ্জন।

"এই মাহত এই কেইবিধ সামগ্ৰী নাপাব।"
30/05/2026

"এই মাহত এই কেইবিধ সামগ্ৰী নাপাব।"

এতিয়া পৰা নাপাব সুলভ মূল্যৰ দোকানত ডাইল নিমখ চেনি সম্পূৰ্ণ বাবে বন্ধ।
30/05/2026

এতিয়া পৰা নাপাব সুলভ মূল্যৰ দোকানত ডাইল নিমখ চেনি সম্পূৰ্ণ বাবে বন্ধ।

29/05/2026
কেৱল মিঞা সকলৰ বাবে দাম বাঢ়িছে  শিখা শৰ্মাৰবাবে বস্তুৰ দাম ঠিকেই আছে এতিয়া কমেন্টত জনাওক আপোনালোকৰ মতামত।
29/05/2026

কেৱল মিঞা সকলৰ বাবে দাম বাঢ়িছে শিখা শৰ্মাৰ
বাবে বস্তুৰ দাম ঠিকেই আছে এতিয়া কমেন্টত জনাওক আপোনালোকৰ মতামত।

কাজিৰঙা
29/05/2026

কাজিৰঙা

29/05/2026

মেলা! মেলা!! মেলা!! বানিজ্যিক আনন্দ মেলা !!
দুৰাবান্ধী ছুপাৰ ইষ্টাৰ ক্লাৱৰ সৌজন্যত পৱিত্ৰ ঈদ উপলক্ষে এক বৰ্ণাঢ্য আনন্দমেলাৰ আয়োজন কৰা হৈছে।
এই মেলাত আপোনালোকৰ সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে থাকিব ৰেল চকৰী, জামপিং, ডাঙৰ ডাঙৰ চকৰী আদি বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা। লগতে থাকিব বহুতো আকৰ্ষণীয় খেল-ধেমালি আৰু আমোদ-প্ৰমোদৰ সুবিধা।
সকলো ৰাইজকে পৰিয়াল-পৰিজনসহ উপস্থিত থাকি মেলাৰ আনন্দ উপভোগ কৰিবলৈ আন্তৰিক আহ্বান জনোৱা হৈছে।

28/05/2026

দুৰাবান্ধী আনন্দ মেলাত।

28/05/2026

B24 Newsৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী লগতে বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা জনালোঁ সংবাদ দাতা ছাইফুল ইছলাম ধিং।

Address

Borbheti Dhing
Nagaon
782123

Telephone

+919707665754

Website

Alerts

Be the first to know and let us send you an email when B24 News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B24 News:

Share