JURIA Live

JURIA Live Agriculture assam

02/11/2025

আপোনাৰ মতে ৰূপহীহাট সমষ্টিত কোন দলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।

02/11/2025

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই #মিঞা #মুছলমান বিৰুদ্ধে যুদ্ধ চলি থাকিব কৰা মন্তব্য সন্দৰ্ভত ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ সৰৱ।

আগন্তুক ২৬ বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিব মন্তব্য আগবঢ়ায় প্ৰাক্তন বিধায়ক আব্দুল আজিজে।

28/10/2025

Juria college..

28/10/2025

Mla samaguri...

07/10/2025

ছোটৰূপহী ৰৌমাৰী গাঁও পঞ্চায়তত অনিয়মৰ অভিযোগ।
বিগত সযময়ত তদানীন্তন খাগৰিজান উন্নয়ন খণ্ডৰ একংশ বিষয়া কৰ্মচাৰীৰ লগত গোপন বুজা বুজিৰে একাংশ মধ্যভোগীয়ে বৰ্তমানৰ ছোটৰূপহী ৰৌমাৰী গাঁও পঞ্চায়তত তথা তদানীন্তন হেৰাপতি গাঁও পঞ্চায়তত লাখ লাখ টকা অনিমৰ অভিযোগ।
এই গুৰুত্বৰ অভিযোগ পঞ্চায়ত সভানেত্ৰী চেলিমা চৌধুৰীৰ।

07/10/2025

সুতিৰপাৰ এলেকাত জুৱা জুৱা কেবল জুৱা।

07/10/2025

ৰূপহীহাট সমষ্টিৰ ৰাইজে কংগ্ৰেছৰ পৰিবৰ্তন বিচৰা নাই। নুৰুল হুদাৰ পৰিবৰ্তে যোগ্য প্ৰাৰ্থী বিচাৰিছে।

26/09/2025

👉🏾জুৰীয়াৰ কাষৰিতএটি পুখুৰীত যুৱতীৰ মূতদেহ উদ্ধাৰ।
👉🏾 লংকা মহাবিদ্যালয়ৰ ছাত্ৰী মেহনাজ বেগমৰ মূতদেহ ৰহস্য জনক বাবে পুখুৰীত উদ্ধাৰক লৈ চাঞ্চল্য।
👉🏾 জুৰীয়াৰ কাষৰিত ভিনিয়েক জাকিৰ হুছেইনৰ ঘৰত দুদিন আগতে ফুৰিবলৈ আহিছিল মেহনাজ বেগম।
👉🏾যোৱা কালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল মেহনাজ বেগম।
👉🏾 ৰাতিপুৱা ভিনিয়েকৰ ঘৰৰ পিছফালে থকা পুখুৰীত ওপঙি থকা অবস্থাত মূতদেহ উদ্ধাৰ।
👉🏾 জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
👉🏾 এয়া হত্যা নে আত্মহত্যা নে অঘটন সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when JURIA Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share