Azmal A. Akanda

Azmal A. Akanda সুখৰ নাম জীৱন নহয় , সুখ-দুখৰ মাজেৰে ধৈৰ্য্য সহকাৰে সময় অতিবাহিত কৰাৰ নামেই হ’ল জীৱন ॥

01/01/2025
15/12/2024

অসম দৈনিকৰ উদ্যোগত আকৰ্ষণীয় ফটো প্ৰতিযোগিতা ( প্ৰতিযোগী নং - ১৭৫৭
#নিয়ম_সমূহ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হব
২) যিকোনো গ্ৰুপ ফটো গ্ৰহণ কৰা হব
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "অসম দৈনিক"ত আপলোড কৰা হব
৪) ৩১ জানুৱাৰী , ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব
৫) আপলোড দিয়া ফটোত হোৱা Like, Comment, Share আৰু Reach সমূহৰ ভিত্তিত প্ৰতিযোগীক নিৰ্বাচিত কৰা হব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো
৭ 7099244205 নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো

07/02/2024
07/02/2024
17/01/2024

ফটো প্রতিযোগিতা
Batori Pratidin ৰ উদ্যোগত আয়োজন কৰা হৈছে ফটো প্রতিযোগিতা ।

আপুনিও যদি ফটো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচাৰে তেন্তে আপোনাৰ শ্ৰেষ্ঠ একপি ফটো 8135998570 এইটো নম্বৰত Whatsapp ৰ জৰিয়তে আপোনাৰ নাম,ঠিকনা আৰু মোবাইল নম্বৰৰ সৈতে আমালৈ প্ৰেৰণ কৰক ।

এই প্রতিযোগিতাত বিজয়ী প্ৰাৰ্থীৰ বাবে থাকিব বিশেষ উপহাৰ।

ফটো প্ৰেৰণৰ অন্তিম তাৰিখ 30 জানুৱাৰী আৰু ফলাফল ঘোষণাৰ তাৰিখ ৫ ফেব্ৰুৱাৰী ২০২৪

বিচাৰক হিচাপে থাকিব ডক্টৰৰ লগত কেইবাগৰাকী বিশিষ্ট অধিবক্তা।

প্রতিযোগী সকলে Batori pratidin ৰ পেজটো Follow কৰাটো বাধ্যতামূলক লগতে Like, Share আৰু Comment.

১ লাইক = ১০ নম্বৰ
১ শ্বেয়াৰ = ১০ নম্বৰ
১ কমেণ্ট = ১০ নম্বৰ
Follow= ২০ নম্বৰ
উল্লেখিত নম্বৰৰ ওপৰত ভিত্তি কৰিহে বিজয়ী ঘোষণা কৰা হ'ব।

Address

Chota Rupahi, Nagaon ( AS02 )
Nagaon
782002

Alerts

Be the first to know and let us send you an email when Azmal A. Akanda posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Azmal A. Akanda:

Share