Barta Nagaon

Barta Nagaon আমি সদায় নিৰ্ভীক আৰু নিৰপেক্ষ
বিজ্ঞাপন ভিডিঅৰ বাৱে যোগাযোগ কৰিব

FLLOW ,LIKE AND SHARE THIS
CHANNEL

01/09/2026

এজন অটো চালকৰ ইংৰাজী শুনক ৰাইজ

31/08/2026

👉 অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ সমিতিৰ উদ্যোগত নগাঁও জিলা আয়ুক্ত জড়িয়তে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক প্ৰত্র প্ৰদান

👉 অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জন্ম লগ্নৰ পৰা চাহ শ্ৰমিক চাহ জনগোষ্ঠীয় লোক সকলৰ লগতে অসম জাতীয় জীৱনৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ লোকে সংগ্ৰাম কৰি আহিছে।

👉 অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখা সমিতি তৰফৰ পৰা ঊনৈশ দফীয়া দাবী সন্মিলিত দাবী পত্ৰ নগাঁও জিলা আয়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী , শিক্ষামন্ত্ৰী, শ্ৰমমন্ত্ৰী গৰাকীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

31/08/2026

👉 নগাঁও জিলা ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ

👉 কেইবাটাও শ্লোগানেৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ বিষয়ববীয়াই

👉 বিশেষকৈ বিজেপিয়ে জাত পাতৰ ৰাজনীতি বন্ধ কৰক , ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰ এছ এছে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰক , বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ আদি শ্লোগানেৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে

31/08/2026

👉নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ।

👉ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰী ।

👉দেওবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতিৰ বাবেই সোণাপুৰত পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ প্ৰতিবাদকাৰীৰ।

👉২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাসমূহ শীঘ্ৰে সমাধান নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

31/08/2026

শিক্ষানুষ্ঠান খনলৈ আহি পদপথৰ আন যুৱতীৰ লগত খণ্ড যুদ্ধ # সামাজিক মাধ্যমত ভাইৰেল হৈছে এই দৃশ্য

31/08/2026

ক্ষেত্রীৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ তদন্তই নিজাববীয়াকৈ তদন্ত অব্যাহত ৰখাৰ সমান্তৰালভাৱে অসম আৰক্ষীয়েও ঘটনাটোৰ এক বিস্তৃত আৰু নিৰপেক্ষ তদন্ত আৰম্ভ কৰিছে।

তদন্তত যিকোনো ব্যক্তি দোষী বা গাফিলতিৰ বাবে দায়ী বুলি প্ৰমাণিত হ’লে কোনো কাৰণতে তেওঁক ৰেহাই দিয়া নহ’ব।

জনসাধাৰণৰ জীৱন আৰু সুৰক্ষাৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব।

31/08/2026

এইবাৰ জাজৰিত পোহৰলৈ আহিছে পুৰুষ নিৰ্যাতনৰ lঘটনা ।
নিজ পত্নীৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ স্বামী আশ্বিকুৰ ৰহমানৰ।
এগৰাকী ব্যক্তিৰ সৈতে মিলি পত্নীয়ে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আশ্বিকুৰে।

ন্যায় বিচাৰি এতিয়া আৰক্ষী আৰু সংবাদ মাধ্যমৰ কাষ চাপিছে ভুক্তভোগীজন।

30/08/2026

আপোনালোকে বাৰু দুচকীয়াৰ পৰা আৰম্ভ কৰি সকলো ধৰনৰ কোম্পানীৰ ব্যক্তিগত আৰু ব্যৱসায়ীক বাহন সমূহত বি,এছ,৬ -ডি,পি,এফ (Bs6-DPF)
SCR (এছ,চি,আৰ),uria
(ইউৰিয়া),Regeneration. Pcm flashing (ৰিজেনেৰেচন,পি,চি,এম,ফ্লেচিং) ECM Repearing (ই,চি,এম ৰিপেয়াৰিঙৰ লগতে বাহন সমূহত ব্যৱহৃত মিউজিক চিষ্টেম সমূহ ৰিপেয়াৰিং কৰিব বিচাৰিছে নেকি?

তেনেহলে নগাঁও চহৰৰ মাজমজিয়াৰ খুটীকটীয়াৰ
আৰ,ডি মটৰছৰ বিপৰীতে থকা" মিউজিক চেন্টাৰ " নামৰ বিপনী খনলৈ আহি উল্লেখিত সুবিধা সমূহ গ্ৰহণ কৰক৷

30/08/2026

ননৈ মহাবিদ্যালয়ত নগাঁও জিলা সাহিত্য সভাৰ ষষ্ঠ সংখ্যক কাৰ্যনিৰ্বাহক সভা

নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ত নগাঁও জিলা সাহিত্য সভাৰ ষষ্ঠ সংখ্যক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

30/08/2026

আপোনালোকে এক ব্যতিক্ৰমী ভাৱে প্ৰস্তুত কৰা অসমীয়া থলুৱা ব্যঞ্জনৰে অৰিনজীৱি কেন্টিঙত আহি আহাৰৰ সোৱাদ লব বিছাৰে নেকি?

তেনেহলে নগাঁও চহৰৰ মাজমজিয়াৰ খুটীকটীয়াৰ আৰ,ডি মটৰছৰ নিচেই কাষতে অৱস্থিত অৰিনজীৱি ভোজনালয়ত পুৱা,দুপৰীয়া আৰু নিশাৰ ভাগত ভাত আৰু ৰুটিকে আদি কৰি আপোনালোকৰ মনপছন্দৰ সুস্বাদু ব্যঞ্জনৰ সৈতে তথা পৰিস্কাৰ পৰিচন্নতাৰে তৃপ্তিৰে উদৰ পুৰাই এসাঁজ আহাৰ গ্ৰহন কৰিব পাৰিব৷

Address

Nagaon

Telephone

+9613200045

Website

Alerts

Be the first to know and let us send you an email when Barta Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share