News24 Daily live

News24 Daily live সদায় সঠিক আৰু শুদ্ধ পথত আগুৱাই যাম ।
(প্রকৃত সত্যৰ সন্ধানত আমাৰ যাত্রা)

04/09/2026
03/09/2026

🚨 ৰাইজৰ দলৰে মিত্ৰতা ভংগ কংগ্ৰেছৰ!

📢 মিত্ৰতা ভংগৰ সিদ্ধান্তক লৈ অসম ৰাজনীতিত নতুন চৰ্চা

⚡ কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতাত ফাট!

🚨 বৰপেটাৰ হাউলীত জব্দ ৩ কোটি টকা মূল্যৰ হীৰাৰ টুকুৰা!💎 হীৰা বিক্ৰী কৰিবলৈ অহা ৫জনক গ্ৰেপ্তাৰ👮 হাফিজ উদ্দিন, বাবুল ইছলাম,...
02/09/2026

🚨 বৰপেটাৰ হাউলীত জব্দ ৩ কোটি টকা মূল্যৰ হীৰাৰ টুকুৰা!

💎 হীৰা বিক্ৰী কৰিবলৈ অহা ৫জনক গ্ৰেপ্তাৰ

👮 হাফিজ উদ্দিন, বাবুল ইছলাম, মোজাম্মিল মিয়া, শ্বফিকুল আলী আৰু ছানিদুৰ ৰহমানক গ্ৰেপ্তাৰ

⚠️ ঘটনাক কেন্দ্ৰ কৰি হাউলীত উত্তপ্ত পৰিস্থিতি

02/09/2026

🚨 ‘নগাঁৱত এইবাৰ নিজিকিলে ১০০ বছৰলৈ নিজিকো’

🗣️ ‘১২ লাখ মিঞাৰ ভোট এইবাৰ মিঞাৰ পক্ষত যাব’ — ৰেজাউল কৰিম সৰকাৰ

📢 নগাঁৱৰ নিৰ্বাচনক লৈ ৰেজাউল কৰিম সৰকাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য

02/09/2026

🚨 কাজিৰঙাৰ ইক’ ছেনজিটিভ জ’নক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ প্ৰতিক্ৰিয়া

🗣️ ‘

📢 ‘স্থানীয় ৰাইজৰ দাবী অমান্য কৰি বিজেপি চৰকাৰ নচলে’

🔹 ‘স্থানীয় ৰাইজৰ দাবী মতেহে আমি এই কাম হাতত লৈছোঁ’

⚠️ ‘কংগ্ৰেছৰ দিনতে কাজিৰঙাত ধ্বংসলীলা চলিছিল, গঁড় নিধন, দখল হৈছিল’

02/09/2026

🎵 ‘১৯ ছেপ্টেম্বৰ তাৰিখটো জুবিন দিৱস হিচাপে পালন কৰিব বিচাৰিছে সকলোৱে’
💔 ‘সেইদিনা জুবিনৰ কায়িক অনুপস্থিতিৰ কথা যাতে কোনেও নকয়’
📢 জুবিন ক্ষেত্ৰত ৩দিনীয়া কাৰ্যসূচীক লৈ গৰিমা শইকীয়া গাৰ্গৰ গুৰুত্বপূৰ্ণ মন্তব্য
❤️ জুবিনৰ স্মৃতি আৰু সৃষ্টিক স্মৰণ কৰি বিশেষ আয়োজন

“ৰাষ্ট্ৰীয় ঘাইপথক আক্ৰমণ কৰি থাকি লাভ নাই” — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা“এইবোৰ কৰি থাকিলে উন্নয়ন ৰৈ যাব”“ৰাষ্ট্ৰীয় ...
02/09/2026

“ৰাষ্ট্ৰীয় ঘাইপথক আক্ৰমণ কৰি থাকি লাভ নাই” — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
“এইবোৰ কৰি থাকিলে উন্নয়ন ৰৈ যাব”
“ৰাষ্ট্ৰীয় ঘাইপথৰ পিছত কিয় লাগি আছে?”

🌊 কুৰিশ্বু বান্ধৰ পানী এৰাৰ পিছতে বেঁকী নদীত জলস্তৰ বৃদ্ধি!ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ পিছতে বেঁকী নদীত জলস্তৰ...
01/09/2026

🌊 কুৰিশ্বু বান্ধৰ পানী এৰাৰ পিছতে বেঁকী নদীত জলস্তৰ বৃদ্ধি!

ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ পিছতে বেঁকী নদীত জলস্তৰ বৃদ্ধি পোৱাত কাষৰীয়া অঞ্চলসমূহত বানপানীৰ তীব্ৰ আশংকা দেখা দিছে।

২০০৪ আৰু ২০০৭ চনৰ ভয়াবহ বানপানীৰ স্মৃতি সোঁৱৰণ কৰি নৈপৰীয়া ৰাইজৰ মাজত সৃষ্টি হৈছে উদ্বেগ।

প্ৰাপ্ত তথ্য অনুসৰি, জিলা প্ৰশাসনে পুৱা ৫ বজাৰ পৰাই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি নৈপৰীয়া ৰাইজক সতৰ্ক কৰি আহিছে। মাইকিংযোগে নদীৰ কাষৰ পৰা আঁতৰি থাকি নিৰাপদ স্থানলৈ যোৱাৰ বাবে আহ্বান জনোৱা হৈছে।

লগতে নদীৰ পৰা কাঠ, মাছ আদি সংগ্ৰহ কৰিবলৈ নাযাবলৈ ৰাইজক কঠোৰভাৱে সতৰ্ক কৰা হৈছে।

⚠️ ৰাইজক সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান।

01/09/2026

🗳️ নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ!
🔥 অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত বৃদ্ধি পাইছে মতানৈক্য
⚡ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম ৰাজ্যৰ ৰাজনীতি
📢 ৰাইজৰ দল বনাম কংগ্ৰেছ — কোনে পাব জনতাৰ সমৰ্থন?

31/08/2026

🚨 ক্ষেত্ৰীৰ শোকাৱহ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ!
💔 নিহত ৭গৰাকী লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা
🔍 দুৰ্ঘটনাৰ নিৰপেক্ষ তদন্তৰ নিৰ্দেশ, দোষী সাব্যস্ত হ’লে কোনো ৰেহাই নহ’ব
🛣️ পথ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সংশোধনমূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান
⚠️ ‘জনসাধাৰণৰ জীৱন আৰু সুৰক্ষাৰ সৈতে কোনো আপোচ কৰা নহ’ব’ — মুখ্যমন্ত্ৰী

Address

Nagaon
782124

Alerts

Be the first to know and let us send you an email when News24 Daily live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News24 Daily live:

Shortcuts

Share