Palash Pratim Borah

Palash Pratim Borah অসমীয়া লৰা

23/09/2025
23/09/2025

এইটোক কালিলৈ ভিতৰত শেষ কৰিব লাগে নাজানো কৰ bank ত গৈ ফালি থৈ আহিব লাগে

যোৱা বছৰৰ আজিৰ দিনটোত আৰু আজিজয় জুবিন দা 😭😭😭
23/09/2025

যোৱা বছৰৰ আজিৰ দিনটোত আৰু আজি
জয় জুবিন দা 😭😭😭

22/09/2025
21/09/2025

বহুত ভাগৰি পৰিছো আৰু এতিয়া অলপ শুই দিও মই হা..
তহঁতৰ কাৰণে বহুত ৰাতি ৰাতি টোপনি খতি কৰি গান গালোঁ
এতিয়া আৰু তহতি মোক অশান্তি নিদিবি হা ...
মই জংকীৰ দেশলৈ যাও ...
তাইৰ লগত বহুত কথা আছে ...
একেলগে গান গাবলৈ আছে আমি ...
আইৰ লগতো কথা পাতিম বহুত সময় ...
তহঁতি কন্দা কটা কৰি নাথাকিবি হা ...
হাঁহি হাঁহি যাবলৈ দে মোক ...
বহুত গান গালো তহঁতৰ কাৰণে ...
এতিয়া তহতি গা .......

মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা, ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত।

কোনে লিখিছে নাজানো , Copy -paste কৰিলোঁ৷ কথাখিনি পঢ়ি জুবিন দাৰ মাতটো বুকুত বাজি উঠিল৷ #জুবিন_আহিছে......                ...
21/09/2025

কোনে লিখিছে নাজানো , Copy -paste কৰিলোঁ৷ কথাখিনি পঢ়ি জুবিন দাৰ মাতটো বুকুত বাজি উঠিল৷

#জুবিন_আহিছে......

জুবিন পালেই আৰু গুৱাহাটী ৷ বেছি সময় নাই ৷ আহিয়েইতো একদম হুলস্থুল লগাই দিব,

~~~অই কি হ'ল তহঁতৰ ? চিতা ৰেডি হোৱাই নাই নেকি মোৰ বাবে ?

~~~আবে, সেইবাবেইতো মই কওঁ, দুই পেগ দি ল'ব লাগে ৷ কাম কৰাৰ বাবে এনাৰ্জি আহি যায় ৷ হাঃ হাঃ হাঃ....নাই নাই মদ বেয়া বস্তু ৷ খাব নালাগে ৷ ময়ো কমাইছো আজিকালি ৷ বহুত কমাইছো ৷ আগতে বহুত খালো ৷

~~~আৰু তহঁতে জানই দেখোন মই নিশাচৰ মানুহ ৷ সেইবাবেই এইবাৰ একদম এন্ধাৰ হৈ আহিছো ৷ ইমানগাল চাকি, মমবাতি জ্বলাই লৈ আহিব লাগে নে বাৰু তহঁতে ? আৰে জানই দেখোন, মই এন্ধাৰ ভালপাওঁ...I love it...I enjoy it...

~~~একেবাৰে গোটেইগাল মানুহ আহি এয়াৰপৰ্ট পাইছহি যে ? আৰু ইমানগাল ফুল কিয় আনিছ' ? ফুল নোহোৱা হৈ যাব দেখোন অসমত ৷ তহঁতে জানই দেখোন, I love nature, মই একদম জংঘলী মানুহ ৷ হাবিত থাকি ভালপাওঁ ৷ ফুল ছিঙিলে ভাল নালাগেতো ৷ ফুল ফুলি থাকিব দে নিজৰ জেগাত ৷ ৰ'দৰ ফুল ৷

~~~তাতকৈ নাহৰৰ পুলি লৈ আন ৷ সকলোৱে মিলি মোক জ্বলাই দিয়াৰ আগত নাহৰ ৰুই দিওঁ আহ ৷ নাহৰৰ অৰণ্য বনাই দিওঁ ৷

~~~এদিন নাহৰ গছবোৰ ওখ হৈ যাব ৷ নাহৰৰ গছত উঠিবি ৷ মোক ওচৰৰ পৰা দেখিবি ৷

~~~আৰু তহঁতে এনেকৈ কান্দি কিয় আছ' অই ? পাগল হলি নেকি ? সাগৰৰ তলিত শুই আহিছো ৷ পানীবোৰহে বেছিকৈ সোমাই গ'ল নাকে-মুখে এইবাৰ ৷ হ'ব দে একো নাই ৷ হৈ য়ায় কেতিয়াবা...It happens...Don't worry.

~~~চাওঁ... চাদা অকণ দেচোন কোনে বনাইছ' ৷ মোৰ হাত একদম ঠাণ্ডা কৰি দিছে সাগৰে ৷ চাদাৰ জোৰেই নুঠিব ঘেণ্টা ৷ ওপৰলৈ গৈ আকৌ চাদা ভাগত পাওঁনে নাই বা ৷ ইয়াত অকল গৰীমাৰহে শাসন চলে ৷ তাতে এফালে জংকীয়ে ধৰিব, এফালে মাই ধৰিব ৷ হৈছে আৰু কেলা চাদা খোৱা মোৰ ৷

~~~বাকী বিনদাচ একদম ৷ দূৰ্গাপূজা আহি আছে ৷ ৰঙীণ কাপোৰ-চাপোৰ চবেই লবি হা ৷ মানুহ একদম Colourful হৈ থাকিব লাগে... I love colour...পেনপেনাই কান্দি কান্দি পূজা বৰবাদ নকৰিবি আৰু ৷ সদায় এনজয় কৰি থাকিব লাগে ৷

~~~কাম বাকী ৰৈ গ'ল বাৰু অলপ ৷ "ৰৈ ৰৈ বিনালে"খন ৰিলিজ কৰিব ৰৈ গ'ল ৷ এইখন মানে একদম মিউজিকেল ফিল্ম....first time in Assam...মই নিজে আছো, বাকী ইহঁতবোৰো আছে ৷ চবেই চাবি হা ৷ অসমীয়া চিনেমা ৷ চাব লাগে ৷ মৰম দিব লাগে ৷ বাকী কি ক'ম আৰু.... Love you all...তহঁতবোৰৰ লগত এইখিনিলৈয়েই আছিল আৰু ৷ উপায় নাই ন ৷ টাইম আহি গ'ল....don't worry হা ৷ গানবোৰ বজাই থাকিবি ৷ মইতো গানৰ মানুহ, গানতেই থাকো সদায়... বাৰু শেষবাৰৰ বাবে এবাৰ নিজেই গুণগুণাই দিছো দে,

মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি,
ধৰা দিলা গোপনে আহি, হিয়াৰ কোণত।
তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেঁচা টোপাল,
নামি অহা ৰ'দৰে নৈ, মোৰ দেহত প্ৰতি পুৱা।
ধুমুহাৰ স'তে মোৰ বহু যুগৰে নাচোন,
এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন।
নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত....😭😭😭

20/09/2025

ৰাতি জুবিন দাই আহি কাণে কাণে কৈ আছেহি..মই মৰা নাই...মই পানীত খেলিছিলোঁ হে..মোক কিয় তহতে মৰিছোঁ বুলি জ্বলাবলৈ সাজু কৰিছ...মই জংঘলত লুকাই থাকিম..মোক জ্বলাই দিব নোৱাৰ..নজ্বলাবি মোক...মই মৰা নাই....ৰাতি বহুত কান্দিছোঁ অ 😰😰😰😰😰😰😰😰

19/09/2025

ফটোৱা কথা চলি থাকে দাদা আহিবই কোন kela
আমাৰ দাদা সুস্থ হৈ আহিব

দাদাৰ ভাগৰ লাগিছে জিৰণি লৈছে কোন কেলাঃ তহঁতে নাই বুলি কবলৈ kela
19/09/2025

দাদাৰ ভাগৰ লাগিছে জিৰণি লৈছে কোন কেলাঃ তহঁতে নাই বুলি কবলৈ kela

জন্ম দিনৰ শুভেচ্ছা জনালোঁ গোঁসাই 🍰❤️
16/09/2025

জন্ম দিনৰ শুভেচ্ছা জনালোঁ গোঁসাই
🍰❤️

Address

Nagaon
782005

Website

Alerts

Be the first to know and let us send you an email when Palash Pratim Borah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Palash Pratim Borah:

Share