নিৰপেক্ষ Live

নিৰপেক্ষ Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নিৰপেক্ষ Live, Media/News Company, Nagaon.
(2)

13/12/2025

প্ৰতিভাৱান জেৰিফাৰ সুমধুৰ কণ্ঠৰ গীত শুনিলে বাৰে বাৰে শুনিবলৈ মন যাব আপোনাৰ।গীতটি শুনি চামগুৰি সমষ্টিৰ গেৰুৱামুখৰ জেৰিফাক আগুৱাই যাবলৈ ভিডিঅ'টি সকলোৱে এটাকৈ শ্বেয়াৰ কৰিব।

13/12/2025

ৰূপহীহাটৰ ৰৌমাৰী বৰপেটাত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ শুভাৰম্ভণি কৰি কি ক'লে দুই যুৱ নেতা ক্ৰমে ৰফিকুল ইছলাম আৰু শ্বাহেদ আলীয়ে?

13/12/2025

ৰূপহীহাটৰ ৰৌমাৰী বৰপেটা এম ই স্কুলত আয়োজন কৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ শুভাৰম্ভণি কৰি কি ক'লে যুৱ সমাজ সেৱক আবুল হুছেইন আৰু গুৱাহাটী নেত্ৰনয়ৰ চিকিৎসকে?

13/12/2025

সাংস্কৃতিক মঞ্চত পৰিৱেশন কৰিলে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত য়া আলি।গীতটি শুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

12/12/2025

আমছুৰ পৰা আনুষ্ঠানিক ভাৱে বি*দা*য় লব আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে।

12/12/2025

ভাল খবৰ...ৰূপহীহাটৰ ৰৌমাৰী বৰপেটা এম ই স্কুলৰ প্ৰাঙ্গনত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন।কাইলৈ দিনৰ 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ চলিব এই চিকিৎসা সেৱা।প্ৰতিবেদন সম্পূৰ্ণ চাই সকলোৱে এটাকৈ শ্বেয়াৰ কৰিব।

12/12/2025

ৰূপহীহাটৰ হাতীপাৰাত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন।সম্পূৰ্ণ বিনামূলীয়া হ'ব এই চিকিৎসা সেৱা।প্ৰতিবেদনটি সম্পূৰ্ণ চাই সকলোৱে এটাকৈ শ্বেয়াৰ কৰিব।

12/12/2025

19 ছেপ্টেম্বৰৰ পৰা 12 ডিচেম্বৰ...প্ৰায় তিনিমাহ হ'ল হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা।আজি সকলোৱে প্ৰাণৰ শিল্পীৰ ৰৈ ৰৈ বিনালে গীতটি শুনি কমেণ্টত এবাৰ লিখিব miss u জুবিন দা।

11/12/2025

একা মনে প্ৰশ্ন শুধু জবাব খুঁজে যায়...ড০ এ পি জে আব্দুল কালাম মেম'ৰিয়েল একাডেমীৰ সাংস্কৃতিক মঞ্চ কপালে গায়ক ৰেকিবে।গীতটি সকলোৱে এবাৰ শুনিব চোন।

11/12/2025

ৰূপহীহাটৰ হাতীপাৰা মধ্য ইংৰাজী বিদ্যালয়ত আৰম্ভ হ'ল বাৰ্ষিক ক্ৰীড়া সমাৰোহ।কেইবাটাও প্ৰসংগত কি ক'লে হাতীপাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আবুল কালামে?

10/12/2025

ড০ এ পি জে আব্দুল কালাম মেম'ৰিয়েল একাডেমীত পৰিৱেশন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জনপ্ৰিয় গীত।

09/12/2025

আমাৰ হাদিছত স্পষ্ট উল্লেখ আছে চৰকাৰী মাটিত কোনো মছজিদ বনাব নালাগে - নুৰুল আমিন চৌধুৰী
আছুতীয়া সাক্ষাৎকাৰত কেইবাটাও প্ৰসংগত কি ক'লে নুৰুল আমিন চৌধুৰীয়ে?

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when নিৰপেক্ষ Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share