MEDIA 8

MEDIA 8 নিৰপেক্ষ

16/09/2026

মনোনয়ণ পত্ৰ দিয়াৰ মূহুৰ্তৰ কিছু দৃশ্য

14/09/2026

ৰৌমাৰি হাতিপাৰা নাওঁ দৌৰ প্ৰতিযোগিতাত নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মাক অভিনন্দন...
13/09/2026

ৰৌমাৰি হাতিপাৰা নাওঁ দৌৰ প্ৰতিযোগিতাত নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী শ্ৰী দেৱাশীষ শৰ্মাক অভিনন্দন পত্ৰ জ্ঞাপণ কৰে শিক্ষিত যুৱক তথা সমাজ সেৱক আৰফান আলীয়ে।

❗️নগাওঁ লোকসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰিব জাতীয় জননেতা ইউনুচ তামুলী।❗️জনতাৰ স্বাৰ্থৎ ৰাইজে হিচাৰে তামুলীক।
13/09/2026

❗️নগাওঁ লোকসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰিব জাতীয় জননেতা ইউনুচ তামুলী।
❗️জনতাৰ স্বাৰ্থৎ ৰাইজে হিচাৰে তামুলীক।

12/09/2026

নগাৱৰ এগৰাকী যুৱক নিৰুদ্ধেশ

নগাওঁ জিলাৰ অন্তৰ্গত জুৰীয়া মণ্ডলৰ তেলীয়া.. বেবেজীয়া গাওঁ পঞ্চায়তত সমাগত নগাওঁ লোকসভাৰ উপ নিৰ্বাচন উপলক্ষে আজি সৰ্বম...
11/09/2026

নগাওঁ জিলাৰ অন্তৰ্গত জুৰীয়া মণ্ডলৰ তেলীয়া.. বেবেজীয়া গাওঁ পঞ্চায়তত সমাগত নগাওঁ লোকসভাৰ উপ নিৰ্বাচন উপলক্ষে আজি সৰ্বমুঠ ৫ খনকৈ নিৰ্বাচনকেন্দ্ৰিক সভা অনুষ্ঠিত হয় ।।

উক্ত সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে প্রবাসী কাৰ্যকৰ্তা সন্মানীয় বিনয় কলিতা ডাঙৰীয়া , হোজাই জিলা যুৱ মৰ্চাৰ উপ সভাপতি স্বৰূপ চৰকাৰ ডাঙৰীয়া তথা জুৰীয়া মণ্ডলৰ সাধাৰণ সম্পাদক দীপক শইকীয়া ডাঙৰীয়া |

নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী সভাস্থানঃ-ৰূপহীহাট সমষ্টি,বৰালীমাৰি-ফুৰহানিআটী
10/09/2026

নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী সভা
স্থানঃ-ৰূপহীহাট সমষ্টি,বৰালীমাৰি-ফুৰহানিআটী

নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী সভাস্থানঃ-ৰূপহীহাট সমষ্টি,পৰমাইভেটী-কান্ধুলিমাৰী
10/09/2026

নগাওঁ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী সভা
স্থানঃ-ৰূপহীহাট সমষ্টি,পৰমাইভেটী-কান্ধুলিমাৰী

10/09/2026

Address

Nagaon, Melekadhing
Nagaon

Alerts

Be the first to know and let us send you an email when MEDIA 8 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share