News Axom

News Axom News media of Northeast (Assam) Regional news channel

16/08/2026

মূখ্যমন্ত্ৰীক ফেচবুক যোগে ১কোটি টকা দিলে মূখ্যমন্ত্ৰীক হ*ত্যা কৰাৰ ভাবুকি দিয়া আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰি আদালত প্ৰেৰণ কৰে। আব্দুল মোতালেবৰ বিৰুদ্ধে ভূৰাগাঁও আৰক্ষী থানাত ৮৬/২৬ নম্বৰত গোচৰ ৰুজু হৈছে।

10/08/2026

অস্ত্ৰোপচাৰ চলি থকাৰ মাজতে গীত গালে কণ্ঠশিল্পী ছনু নিগমে। কন্ঠশিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ'

09/08/2026

দৰঙত বান পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

09/08/2026

সংগ্ৰামী জীৱনত আজমলক ম‌ই বহুত গা*লি পাৰিছোঁ - চিতু বৰুৱা।

09/08/2026

📌আজমলৰ আন এক বৃহৎ ঘোষণা।
📌বানাক্ৰান্ত অঞ্চলৰ ২০-৪০ জন মেধাবী শিক্ষাৰ্থীক বিনামূলীয়াকৈ আজমল চুপাৰ-40 ত পুৰুৱাব আজমলে।
📌বীৰ লাচিত সেনা শৃংখল চলিহাৰ ঘৰত উপস্থিত হৈ মৌলানা বদৰুদ্দিন আজমলে কৰিলে এই ঘোষণা।
📌আজমলৰ উপস্থিতিত শৃংখল চলিহাও ক'লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা।

05/08/2026

ট্ৰেক্টৰেৰে উজনিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী জেপি নাড্ডাৰ।

05/08/2026

কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী জেপি নাড্ডাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সম্পৰ্কত কি কলে মুখ্যমন্ত্ৰী ড° হিমন্ত হিমন্ত বিশ্ব শৰ্মাই? শুনক সম্পূৰ্ণ মন্তব্য।

05/08/2026

📍বন্যাৰ্তৰ দুখত উচুপি উঠিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
📍পুত্ৰক হেৰুওৱা দুৰ্ভগীয়া মাতৃয়ে মুখ্যমন্ত্ৰীক সাৱতি কৰিলে দুখৰ বৰ্ণনা
📍'মই সকলো কৰি দিব পাৰিম কিন্তু পুত্ৰক ঘূৰাই দিব নোৱাৰো'
📍চকুলো নিগৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিলে দুৰ্ভগীয়া পৰিয়ালটিক।

04/08/2026

শিৱসাগৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কি কলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সৱিশেষ জানিবলৈ শুনক সম্পূৰ্ণ মন্তব্য।

04/08/2026

শিল কটা বন্ধ কৰি আমাৰ প্ৰাণ ৰক্ষা কৰক, মুখ্যমন্ত্ৰী সন্মুখত বানাক্ৰান্ত যুৱতীৰ আৰ্তনাদ

Address

Katahguri
Nagaon
782123

Alerts

Be the first to know and let us send you an email when News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Axom:

Shortcuts

Share