25/08/2026
🔵 নগাওঁ জিলাৰ উদ্যোগত কলিয়াবৰ তৰুন সংঘত অনুষ্ঠিত হয় চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ বাৰ্ষিক সাধাৰণ সভা।
🔵 কলিয়াবৰত অনুষ্ঠিত চৰকাৰী গ্ৰাম্য পুথিভঁৰাল কৰ্মচাৰী সন্থাৰ বিশেষ সাধাৰণ সভাত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত।