ATV ASSAM

ATV ASSAM নগাঁৱৰ যিকোনো বাতৰি পাবৰ বাবে পেজটো লাইক কৰক।

05/08/2026

#নগাঁওত লোক কল্যাণ দিৱস উদযাপন।

#ম‌ইবৰ ভাব এৰি বিনয়েৰে ৰাইজৰ সেৱাত ব্ৰতী হবলৈ বিষয়া-কৰ্মচাৰীৰ প্ৰতি জিলা আয়ুক্তৰ আহ্বান।

২০২৬বৰ্ষৰ লোক সেৱা পুৰস্কাৰ লাভ কৰে কলিয়াবৰ সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ জেষ্ঠ কৰ্মচাৰী #দেৱযাণী বৰাই


05/08/2026

#উজনিৰ বন্যাৰ্তৰ সহায়ৰ বাবে লণ্ডনৰ ৰাজপথত সাহায্য বিচাৰি কথক নৃত্য প্ৰদৰ্শন #অভিনেত্ৰী মেঘৰঞ্জনী মেধীৰ।

 . Of Assam লিখা বিলাসী বাহনত সৰবৰাহ নিষিদ্ধ কফ চিৰাপ ৷  #জাগীৰোড আৰক্ষীৰ অভিযানত জব্দ কৰে নিষিদ্ধ ২৭৪৭ বটল কফ চিৰাপ । য...
05/08/2026

. Of Assam লিখা বিলাসী বাহনত সৰবৰাহ নিষিদ্ধ কফ চিৰাপ ৷

#জাগীৰোড আৰক্ষীৰ অভিযানত জব্দ কৰে নিষিদ্ধ ২৭৪৭ বটল কফ চিৰাপ । যাৰ বজাৰ মূল্য প্ৰায় ৩০ লক্ষাধিক টকা৷

#আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰী বাইহাটাৰ #দীপক ৰাজবংশী আৰু নগাঁৱৰ #সত্যজিত দাসক৷


04/08/2026

#নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল

#নগাঁৱৰ কাতিমাৰিৰ চি আৰ পি এফত কেম্পত পুৱা সংঘটিত হোৱা ঘটনাক লৈ সংবাদমেল সম্বোধন আৰক্ষী বিষয়াগৰাকীৰ


04/08/2026

#নগাঁৱৰ কাতিমাৰীৰ CRPFৰ কেম্পত ভয়ংকৰ ঘটনা

#সতীৰ্থৰ গুলীত নিহত তিনিজন CRPF জোৱান
হেড কনিষ্টবল বিষ্ণু পণ্ডিত বাঘেলৰ মৃত্যু
মৃত্যু হয় ASI বালানী প্ৰেমাৱৰম

ASI ৰামলাল সিং যাদৱৰো মৃত্যু
গুৰুতৰভাৱে আহত ASI মানে গোবিন্দ শ্ৰীপাল
গুৰুতৰভাৱে আহত ASI শ্ৰীপালক গুৱাহাটীলৈ প্ৰেৰণ

#সতীৰ্থক গুলীয়াই CRPF জোৱানজনৰ আত্মহত্যা

03/08/2026

#নগাঁৱৰ ৰিজুৱানা মেম'ৰিয়েল গেলেক্সী হস্পিতাল কৰ্তৃপক্ষৰ সংবাদমেল।

#চিকিৎসালয়খনৰ বিৰুদ্ধে একাংশই অপপ্ৰচাৰ চলোৱাৰ অভিযোগ।

#এগৰাকী মহিলাই উত্থাপন কৰিছিল ভুল চিকিৎসাৰ অভিযোগ।

#চিকিৎসালয় খনত আলট্ৰাচাউণ্ড কৰাৰ সময়ত মহিলাগৰাকীৰ সন্তান সুস্থ অৱস্থাতে আছিল বুলিও মন্তব্য।

#সঠিক তদন্ত কৰিলে সকলো পোহৰলৈ আহিব বুলিও মন্তব্য।

#এই মিছা অভিযোগে চিকিৎসালয় খনৰ ভাৱমূৰ্তি ম্লান কৰাৰো অভিযোগ কৰ্তৃপক্ষৰ

03/08/2026

#নগাঁও শেনচোৱাস্থিত Dhaanvi Nissan ত Tekton নামৰ এখন নতুন বাহন গ্ৰাহকৰ বাবে মুকলি কৰে।

#এই নতুন বাহনখনত সকলো ধৰণৰ সুৰক্ষামূলক সুবিধা উপলদ্ধ ।

03/08/2026

#সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, #মহকুমা ছাত্ৰ সন্থা আৰু নগাঁও #সদৰ আঞ্চলিকৰ ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান

02/08/2026

#উজনিৰ বানাক্ৰান্তক সহায়ৰ বাবে নগাঁৱৰ ৰাইজে আজি প্ৰেৰণ কৰিব ১০খনকৈ ট্ৰাকত প্ৰায় ৩৫ লাখ টকাৰ সামগ্ৰী। বিধায়ক ৰূপক শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাইজে আগবঢ়াইছিল সহায়। বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্তই নেহৰুবালিত ফ্লেগ অফ কৰে সামগ্ৰী সৰবৰাহ কৰা ট্ৰাকসমূহ l

Address

নগাঁও
Nagaon
782002

Telephone

+918486322527

Website

Alerts

Be the first to know and let us send you an email when ATV ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share