Cobra News Axom

Call Directions

Cobra News Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Cobra News Axom, Digital creator, Juria, Nagaon.

04/10/2026

জুৰীয়াৰ‌ মাহেৰীপাৰত সংঘটিত হৈছে এই ঘটনা
শুক্ৰবাৰে পোৱা পৰা নিৰুদ্দেশ হৈ আছে কিশোৰ দুটি।

03/10/2026

নগাঁও লোকসভাৰ উপনিৰ্বাচনক লৈ কংগ্ৰেছৰো ব্যাপক নিৰ্বাচনী সভা জুৰীয়াৰ কলনি জলাহত গৌৰৱ গগৈৰ বিশাল জনসভা সম্বোধন

03/10/2026

জুৰীয়াৰ বগৰিগুৰীত মন্ত্ৰী বিমল বৰাৰ নিৰ্বাচনী প্ৰচাৰ: "উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়ক"

আপোনাৰ দিনটো শুভ হওক
03/10/2026

আপোনাৰ দিনটো শুভ হওক

02/10/2026

কংগ্ৰেছৰ দিনৰ চাকৰিৰ নিলাম : আমাৰ দিনৰ চাকৰিৰ সুনাম!মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

01/10/2026

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰকিবুল হুছেইনৰ।মোক পোলাও খোৱাৰ প্ৰত্যুত্তৰত মই কাটা বিস্কুট খোৱাৰ কথা কৈছিলোঁ।মোক গাখীৰ খোৱা নাই বুলি কৈছে।মোৰ মৰা মা জনীকো অপমান কৰিছে। মই আইনজ্ঞৰ কথা পাতিছো। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী যুঁজ দিম।

01/10/2026

👉'মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে পদত্যাগ কৰিবই লাগিব'
👉কাইলৈৰ পৰা জ্ঞানেশ কুমাৰৰ পদত্যাগৰ বাবে প্ৰতিবাদত নামিব CJP । সংবাদমেল সম্বোধন কৰি ডাঙৰ মন্তব্য CJPৰ

01/10/2026

জুৰীয়াত মুখ্যমন্ত্ৰীক কাষত পাই উৎফুল্লিত বিশেষ ভাবে সক্ষম ছোৱালী! চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহনৰ আশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ

01/10/2026

কনভয় আৰু শিলচৰৰ কালিৰ ঘটনা সম্পর্কত প্রতিক্রিয়া প্রকাশ।

01/10/2026

জুৰীয়া মহাবিদ্যালয়ত বিজ্ঞান শাখা লাগে! মুখ্যমন্ত্ৰীক সন্মুখত পাই সাহসেৰে দাবী এজন ছাত্ৰৰ - চাওক মুখ্যমন্ত্ৰীয়ে কি ক'লে

Address

Juria
Nagaon

Telephone

+916900058952

Website

Alerts

Be the first to know and let us send you an email when Cobra News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share