08/03/2023
সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ দৌলোৎসৱৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনালোঁ । ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ ৰংবোৰ মিলিত হৈ ৰাজ্যবাসীলৈ কঢ়িয়াই আনক নতুন আশা, বিশ্বাস আৰু ভ্ৰাতৃত্ববোধৰ বতৰা ।