নক্ষত্ৰ Nakshatra Yatra Jibonr

নক্ষত্ৰ Nakshatra Yatra Jibonr বিশেষভাৱে সক্ষম ব্যক্তিৰ প্ৰতিভাৰ বৰ্হিপ্ৰকাশ আৰু নক্ষত্ৰ বাৰ্তালোচনীৰ সকলো খবৰ দি যোৱাৰ প্ৰয়াস ✨️💕

যোৱাকালি ৩ ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ বিশেষ দিনটোত কঠিয়াতলি নামবৰত দিব্যাংগ সেৱা আশ্ৰমৰ আধাৰশিলা মুকলি ।
04/12/2023

যোৱাকালি ৩ ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ বিশেষ দিনটোত কঠিয়াতলি নামবৰত দিব্যাংগ সেৱা আশ্ৰমৰ আধাৰশিলা মুকলি ।

মানুহজনে কেতিয়াবা কোনোবা খিনিত ৰৈ যাব লগাত পৰে , নিচুপ হৈ পৰে, কাকো বুজাব নোৱাৰা  । তেওঁ নিঃসংগ হবও নোৱাৰে । নিজৰ সাহস ...
31/08/2023

মানুহজনে কেতিয়াবা কোনোবা খিনিত ৰৈ যাব লগাত পৰে , নিচুপ হৈ পৰে, কাকো বুজাব নোৱাৰা । তেওঁ নিঃসংগ হবও নোৱাৰে । নিজৰ সাহস আৰু বুদ্ধিমত্তাৰে জীয়াই থাকিব খোজে। সকলো দিব্যাংগৰ বাবে তেওঁ এতিয়া সাহস আৰু প্ৰেৰণাৰ উৎস । দুহাতৰে পৃথিৱী খনক সাৱটিব খোজোতেই নিষ্ঠুৰ নিয়তিয়ে তেওঁৰ হাত দুখন কাঢ়ি নিলে। তেওঁক অনুভৱ কৰক, কেনেকৈ তেওঁ নিজৰ নিত্তনৈমিত্তিক কাম বন কৰিব লগা হয় ।

হে সুধী সমাজ, সমাজৰ অৱহেলিত আৰু নিষ্পেষিত এছাম মানুহৰ জীয়া-যন্ত্ৰণাক উন্মোচিত কৰাৰ মানসেৰে 'নক্ষত্ৰ যাত্ৰা জীৱনৰ' শীর্ষক এই বার্তালোচনীখন প্ৰকাশ কৰিছো। সমাজত মানবীয় মূল্যবোধ অক্ষুণ্ণ ৰখাৰ হ’কে এখন কৰুণ ছবি অংকণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। সামগ্রীকভাৱে বৈচিত্র্যময় পৃথিৱীখনত সুখ-দুখৰ সমভাগী হৈ হাতে হাত ধৰি আগুৱাই যাব বিচাৰিছোঁ। নক্ষত্ৰ যাত্ৰা'ৰ এই দুৰ্গম পথৰ সহযাত্ৰী হৈ একাঁজলী আশীৰ্বাদ আৰু প্ৰেৰণা আগবঢ়ালৈ আপোনালোকক আন্তৰিকতাৰে আহ্বান জনালোঁ।

Namita Bora
Pramud Nath
Guna Kakati
Jiban Narah New
Milan Neog
jalin prakash chetiya
drsadanandapayeng
Shankuraj konwar
Elflina Devi
Rajkamal Nath
Bikul Laskar

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন সংগ্ৰামৰ ওপৰত আধাৰিত " নক্ষত্ৰ যাত্ৰা জীৱনৰ " বাৰ্তালোচনীৰ প্ৰথম সংখ্যাটি আজি 20 আগষ্ট ...
31/08/2023

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন সংগ্ৰামৰ ওপৰত আধাৰিত " নক্ষত্ৰ যাত্ৰা জীৱনৰ " বাৰ্তালোচনীৰ প্ৰথম সংখ্যাটি আজি 20 আগষ্ট ৰবিবাৰে বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উন্মোচন কৰা হ’ল. উন্মোচন কৰে All indian federation of working journalists National & foreign Secretary ডাঙৰীয়ানীয়ে | নগাঁও, মৰিগাঁও, শোণিতপুৰ, ধেমাজি, মৰাণ, গহপুৰ , কামপুৰৰ পৰা অনুষ্ঠানটিত ভালেসংখ্যক সাহিত্যনুৰাগী উপস্থিত থাকে ❤️

Address

Barhampur
Nagaon

Telephone

+918638937549

Website

Alerts

Be the first to know and let us send you an email when নক্ষত্ৰ Nakshatra Yatra Jibonr posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to নক্ষত্ৰ Nakshatra Yatra Jibonr:

Share